ETV Bharat / state

মুখ্যমন্ত্ৰীৰ দ্বাৰা পৰ্যালোচনা কৃষি বিভাগৰ কাম-কাজ

author img

By

Published : May 15, 2019, 10:35 PM IST

প্ৰধানমন্ত্ৰী কৃষি সিচাই যোজনাৰ অধীনত 10 হাজাৰ কৃষকক সামৰি ল'ব অসম চৰকাৰে

মুখ্যমন্ত্ৰীৰ দ্বাৰা পৰ্যালোচনা কৃষি বিভাগৰ কাম-কাজ

গুৱাহাটী,15 মে': কৃষি বিভাগৰ কাম-কাজ পৰ্যালোচনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ প্ৰধানমন্ত্ৰী কৃষি সিচাই যোজনাৰ অধীনত 10 হাজাৰ কৃষকক সামৰি লোৱাৰ কথা ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

ইটিভি ভাৰত

কাজিৰঙাত অৰ্কিড পাৰ্ক আৰু ডিমা হাচাওত হৰ্টিকালচাৰ মহাবিদ্যালয় নিৰ্মাণ কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ ৷ উভয়ৰে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ 15 আগষ্টৰ পূৰ্বে কৰিব বুলি প্ৰকাশ কৰে সৰ্বানন্দ সোণোৱালে ৷ চলিত বৰ্ষৰ ভিতৰতে ফচল বীমা যোজনাৰ অধীনত ৰাজ্যৰ 5 লাখ কৃষকক সামৰি লোৱা হ'ব আৰু এই যোজনাত এতিয়ালৈকে কৃষকক 235.26 কোটি টকা প্ৰদান কৰিছে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

Intro:### কৃষি বিভাগৰ কাম-কাজ পৰ্যালোচনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

### প্ৰধানমন্ত্ৰী কৃষি সিচাই যোজনাৰ অধীনত 10 হাজাৰ কৃষকক সামৰি লোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

### কাজিৰঙাত অৰ্কিড পাৰ্ক আৰু ডিমা হাচাওত হব হৰ্টিকালচাৰ কলেজ

### উভয়ৰে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ 15 আগষ্টৰ পূৰ্বে কৰাৰ নিৰ্দেশ

### চলিত বৰ্ষৰ ভিতৰতে ৰাজ্যৰ 5 লাখ কৃষকক সামৰি লোৱা হব প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত

### এই যোজনাত এতিয়ালৈকে চৰকাৰে কৃষকক প্ৰদান কৰিছে 235.26 কোটি টকা

Body:### বৈঠকত উপস্থিত কৃষি মন্ত্ৰী অতুল বৰাকে ধৰি বিভাগটোৰ শীৰ্ষ বিষয়াবৰ্গ

Conclusion:### উপস্থিত আছিল মুখ্যমন্ত্ৰীৰ উপদেষ্টাদ্বয় হৃষিকেশ গোস্বামী আৰু শান্তনু ভৰালীও
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.