ETV Bharat / state

মহানগৰীত তিনিদিনলৈ বন্ধ চিটি বাছৰ চলাচল - কৰ’ণা ভাইৰাছ

কোভিদ 19 ৰ বাবে মহানগৰীত তিনিদিনলৈ বন্ধ থাকিব চিটি বাছৰ চলাচল । কৰ’ণা ভাইৰাছ ৰোধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ গুৱাহাটীৰ যান-বাহন নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ ৷

City bus will remain close 3 days due to corona guwahati kamrup metro assam etv bharat news
তিনিদিনলৈ বন্ধ চিটি বাছৰ চলাচল
author img

By

Published : Mar 22, 2020, 2:49 PM IST

Updated : Mar 22, 2020, 3:04 PM IST

গুৱাহাটী,22 মাৰ্চঃ কোভিদ 19 ৰ বাবে গুৱাহাটীৰ যান-বাহন নিয়ন্ত্ৰণ কৰ্তৃপক্ষই 22 মাৰ্চৰ পৰা 24 মাৰ্চলৈ বন্ধৰ নিৰ্দেশ দিছে সকলো চিটি বাছৰ চলাচল । এই সন্দৰ্ভত গুৱাহাটী ডিলাক্স চিটি বাছ সন্থাৰ সভাপতি ছাইফুল ইছলামে কৰ'ণা ভাইৰাছক লৈ সতৰ্কতামূলক ব‍্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷ সাধাৰণ জনতাৰ অসুবিধাৰ বাবে কৰ্তৃপক্ষই দুঃখিত অনুভৱ কৰে ৷

বন্ধ থাকিব চিটি বাছৰ চলাচল

লগতে চাওকঃ যোৰহাট পুলিবৰৰ শিশুটি আক্ৰান্ত নহয় COVID-19 ত

Last Updated : Mar 22, 2020, 3:04 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.