ETV Bharat / state

Independence day 2023 : 'মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক' আৰু 'মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক' ঘোষণা

author img

By

Published : Aug 14, 2023, 10:54 PM IST

স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান ক্ষণ ৷ স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰৰ ফালৰ পৰা 'মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক' আৰু 'মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক' ঘোষণা কৰা হৈছে ৷

Independence day 2023 Independence day 2023
'মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক' আৰু 'মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক' ঘোষণা

গুৱাহাটী, ১৪ আগষ্ট : ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰৰ ফালৰ পৰা 'মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক' আৰু 'মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক' ঘোষণা কৰা হৈছে ৷ বিশেষ সংকটজনক পৰিস্থিতিত আগবঢ়োৱা সেৱাৰ বাবে 'মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক' আৰু উৎকৃষ্ট সেৱাৰ বাবে 'মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক' অসমৰ ৰাজ্যপালৰ ফালৰ পৰা ঘোষণা কৰা হৈছে । সংকটজনক পৰিস্থিতিত আগবঢ়োৱা সেৱাৰ বাবে মৰণোত্তৰভাৱে মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক এজনলৈ আগবঢ়োৱা হৈছে।

  • Heartiest Congratulations to all recipients of Chief Minister’s Special Service Medal In A Crisis Situation& CM's Police Medal For Outstanding Service on this #IndependenceDay.

    Your hard work & dedication keeps the Assam Police Flag flying high. pic.twitter.com/xYL4ajrkbO

    — Assam Police (@assampolice) August 14, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে সংকটজনক সময়ত আগবঢ়োৱা সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক অসম আৰক্ষীৰ ১৭ জন বিষয়ালৈ আগবঢ়োৱা হৈছে । মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক (অসামান্য সেৱাৰ বাবে) ১৯ জনক নিৰ্বাচিত কৰা হৈছে ।

(ক) মৰিগাঁও ডি ই এফৰ প্ৰয়াত এছ আই (ইউ বি) দ্বিজেন বৰালৈ আগবঢ়োৱা হৈছে সংকটজনক পৰিস্থিতিত আগবঢ়োৱা সেৱাৰ বাবে মৰণোত্তৰভাৱে মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক ৷

(খ) আনহাতে, সংকটজনক পৰিস্থিতিত আগবঢ়োৱা সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক লাভ কৰাসকল হৈছে :

১/ জিৎমল দলে, আই.পি.এছ. (অৱসৰপ্ৰাপ্ত), আৰক্ষী মহাপৰিদৰ্শক (এন.ই.আৰ.) হিচাপে পুনৰ নিযুক্ত, তিনিচুকীয়া ৷

২/ পাৰ্থসাৰথি মহন্ত, আইপিএছ, উপ আৰক্ষী মহাপৰিদৰ্শক (এডিএমএন)।

৩/ কংকনজ্যোতি ডেকা, আইপিএছ, শিলচৰৰ উপ আৰক্ষী মহাপৰিদৰ্শক (এছআৰ), কাছাৰ।

৪/ পুষ্পৰাজ সিং, আইপিএছ, আৰক্ষী অধীক্ষক, কোকৰাঝাৰ।

৫ / গৌৰৱ অভিজিৎ দিলীপ, আইপিএছ, আৰক্ষী অধীক্ষক, তিনিচুকীয়া।

৬/ নোমল মাহাত্তা, এ.পি.এছ, আৰক্ষী অধীক্ষক, কাছাৰ।

৭/ কল্যাণ কুমাৰ পাঠক, এ.পি.এছ., অতিৰিক্ত আৰক্ষী অধীক্ষক, (মুখ্য কাৰ্যালয়), কিামৰূপ ।

৮/ জন দাস, এ.পি.এছ., অতিৰিক্ত আৰক্ষী অধীক্ষক, আৰক্ষী (নিৰাপত্তা), কাৰ্বি-আংলং।

৯/ নৱনীতা শৰ্মা, এ.পি.এছ., অতিৰিক্ত আৰক্ষী অধীক্ষক, (মুখ্য কাৰ্যালয়), কোকৰাঝাৰ

১০/ বিভাস দাস, এপিএছ, অতিৰিক্ত আৰক্ষী অধীক্ষক,, মুখ্য কাৰ্যালয়, তিনিচুকীয়া

১১/ ইন্সপেক্টৰ (ইউবি) মনোজ নাৰ্জাৰী ,কোকৰাঝাৰ ডিইএফ

১২/ ইন্সপেক্টৰ (ইউবি) নৱজিত দাস বাঘৰী, কোকৰাঝাৰ ডিইএফ

১৩/ ইউ বি চি১৪ বিজু কুমাৰ নাথ. কোকৰাঝাৰ ডিইএফ

১৪/ এবিচি/৫২২ বাপন ৰয়, কোকৰাঝাৰ ডিইএফ

১৫/ এবিচি/৪১৪ ছাফিক আহমেদ, তিনিচুকীয়া ডিইএফ

১৬/ এফ এম/৭৮৬ বনজিত দত্ত, এফ এণ্ড ই এছ, পানবজাৰ, গুৱাহাটী

১৭/ ইআৰ/৭৭ জাহিৰুল ইছলাম, বৰপেটা এফ এণ্ড ইএছ

(গ) মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক (অসামান্য সেৱাৰ বাবে) নিৰ্বাচিত আৰক্ষীসকল হ’ল :

১/ এ.ৱাই.ভি. কৃষ্ণা, আই.পি.এছ., তেতিয়াৰ এ.ডি.জি.পি.(চি.আই.ডি.), অসম এতিয়া কেন্দ্ৰীয় ডেপুটেচন।

২/ ব্ৰিগেডিয়াৰ চৰণদীপ সিং, বিশেষ ডি.আই.জি. প্ৰশিক্ষণ, এল.বি.পি. একাডেমী, দেৰগাঁও।

৩/ আইপিএছ পাৰ্থপ্ৰতিম দাস আৰক্ষী অধীক্ষক, কৰিমগঞ্জ ৷

৪/ শুভ্ৰজ্যোতি বৰা, আইপিএছ, আৰক্ষী অধীক্ষক, শিৱসাগৰ।

৫/ ৰ'জিৰাণী শৰ্মা, এ.পি.এছ., চি.আই.ডি.-ৰ আৰক্ষী অধীক্ষক (জ’নেল-৩),অসম।

৬/ ড৹ কল্যাণ কুমাৰ দাস, এ.পি.এছ., অতিৰিক্ত আৰক্ষী অধীক্ষক,(অপৰাধ), কাছাৰ।

৭/ ৰূপম বৰদলৈ, এ.পি.এছ., অতিৰিক্ত আৰক্ষী অধীক্ষক। হোজাই আৰক্ষী (মুখ্য কাৰ্যালয়)।

৮/ সমীৰণ বৈশ্য, এ.পি.এছ., অতিৰিক্ত আৰক্ষী অধীক্ষক। আৰক্ষী (অপৰাধ), মৰিগাঁও।

৯/ ৰুমিৰ টিমুংপি, এপিএছ, অতিৰিক্ত আৰক্ষী অধীক্ষক। অসমত আৰক্ষী (টি এপি-আই), গুৱাহাটী।

১০/ প্ৰতাপ দাস, এ.পি.এছ., অতিৰিক্ত আৰক্ষী অধীক্ষক, কৰিমগঞ্জৰ আৰক্ষী (মুখ্য কাৰ্যালয়)।

১১/ বদৰউল ইছলাম, এপিএছ, ডিৱাই এছপি, ভি এণ্ড এচি সঞ্চালকালয়, অসম।

১২/ ৰফিকুল হাছান চৌধুৰী, এপিএছ, ডিৱাই এছপি, ভি এণ্ড এচি, অসম ভি এচি সঞ্চালকালয়।

১৩/ ইন্সপেক্টৰ (ইউবি) মনোজ কুমাৰ দাস, ভি এণ্ড এচি, অসম সঞ্চালকালয়।

১৪/ ডব্লিউএছআই (ইউবি) এম. থাডোই সিংগা, আৰক্ষী আয়ুক্ত, গুৱাহাটী।

১৫/ ডব্লিউএছআই (ইউবি) মাৰ্চিলা ডি. চাংমা, কৰিমগঞ্জ ডি.ই.এফ.

১৬/ এছআই(ইউবি) চিবা প্ৰসাদ কলিতা, কোকৰাঝাৰ ডিইএফ।

১৭/ এ.এছ.আই. (ইউ.বি.) মণি কলিতা, এছ.বি. সংগঠন, কাহিলীপাৰা।

১৮/ হাবিলদাৰ/পিএছঅ' (ইউবি) অশ্বিনী বৈশ্য, এছবি সংগঠন, কাহিলীপাৰা।

১৯/ এবিচি. সঞ্জীৱ কুমাৰ. নাথ, অষ্টম এ.পি.বি.এন., অভয়াপুৰী, এতিয়া এছ.বি. মুখ্য কাৰ্যালয়ত ডেপুটেশ্যনত, কাহিলিপাৰা।

লগতে পঢ়ক : Independence Day 2023 : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ ব্যাপক তালাচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.