ETV Bharat / state

গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - আহোম সম্প্ৰদায়

টুইটাৰ যোগে স্বৰ্গদেউ চাওলুং চুকাফা আৰু আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য আগবঢ়াইছিল গৰ্গ চেটাৰ্জীয়ে ৷ গৰ্গ চেটাৰ্জীক অনতিপলমে গ্ৰেপ্তাৰ কৰি অসমলৈ অনাৰ নিৰ্দেশ গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তক ৷

Chief Minister Sarbananda Sonowal ordered to the arrest of Garga Chatterjee
গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
author img

By

Published : Jun 19, 2020, 4:04 PM IST

গুৱাহাটী,19 জুনঃ অৱশেষত পশ্চিমবংগৰ বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ টুইটাৰ যোগে স্বৰ্গদেউ চাওলুং চুকাফা আৰু আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য আগবঢ়াইছিল গৰ্গ চেটাৰ্জীয়ে ৷ বুদ্ধিজীৱী গৰাকীক অনতিপলমে গ্ৰেপ্তাৰ কৰি অসমলৈ অনাৰ নিৰ্দেশ গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তক ৷ শীঘ্ৰেই কলকাতালৈ ৰাওনা হোৱাৰ বাবেও আৰক্ষী আয়ুক্তক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ উল্লেখযোগ্য যে,গৰ্গ চেটাৰ্জীৰ বিতৰ্কিত মন্তব্যৰ পিছতে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে বিতৰ্কিত বুদ্ধিজীৱী গৰাকীৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছিল ৷

Chief Minister Sarbananda Sonowal ordered to the arrest of Garga Chatterjee
গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

লগতে পঢ়কঃ বানৰ সৈতে মোকাবিলা কৰিবলৈ কিদৰে সাজু হৈছে চৰকাৰ-প্ৰশাসন !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.