ETV Bharat / state

গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

author img

By

Published : Jun 19, 2020, 4:04 PM IST

টুইটাৰ যোগে স্বৰ্গদেউ চাওলুং চুকাফা আৰু আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য আগবঢ়াইছিল গৰ্গ চেটাৰ্জীয়ে ৷ গৰ্গ চেটাৰ্জীক অনতিপলমে গ্ৰেপ্তাৰ কৰি অসমলৈ অনাৰ নিৰ্দেশ গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তক ৷

Chief Minister Sarbananda Sonowal ordered to the arrest of Garga Chatterjee
গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

গুৱাহাটী,19 জুনঃ অৱশেষত পশ্চিমবংগৰ বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ টুইটাৰ যোগে স্বৰ্গদেউ চাওলুং চুকাফা আৰু আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য আগবঢ়াইছিল গৰ্গ চেটাৰ্জীয়ে ৷ বুদ্ধিজীৱী গৰাকীক অনতিপলমে গ্ৰেপ্তাৰ কৰি অসমলৈ অনাৰ নিৰ্দেশ গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তক ৷ শীঘ্ৰেই কলকাতালৈ ৰাওনা হোৱাৰ বাবেও আৰক্ষী আয়ুক্তক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ উল্লেখযোগ্য যে,গৰ্গ চেটাৰ্জীৰ বিতৰ্কিত মন্তব্যৰ পিছতে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে বিতৰ্কিত বুদ্ধিজীৱী গৰাকীৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছিল ৷

লগতে পঢ়কঃ বানৰ সৈতে মোকাবিলা কৰিবলৈ কিদৰে সাজু হৈছে চৰকাৰ-প্ৰশাসন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.