ETV Bharat / state

গুহাৰ আৰ্হিত নিৰ্মাণ আঠগাঁও পূজা মণ্ডপ

মহানগৰীৰ আঠগাঁৱত 5 হাজাৰ বছৰ পূৰ্বৰ ঋষিমুনি সকলে তপস্যা কৰা গুহাৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই পূজা মণ্ডপ ৷

গুহাৰ আৰ্হিত নিৰ্মাণ আঠগাঁও পূজা মণ্ডপ
author img

By

Published : Oct 6, 2019, 7:42 PM IST

গুৱাহাটী, 6 অক্টোবৰঃ সমগ্ৰ ৰাজ্যজুৰি দুৰ্গা পূজাৰ ব্যাপক উখল-মাখল ৷ আগৰ দৰে এইবেলিও মহানগৰীৰ আঠগাঁৱত আয়োজন কৰা হৈছে ব্যতিক্ৰমী পূজা মণ্ডপ ৷ 5 হাজাৰ বছৰ পূৰ্বৰ ঋষিমুনি সকলে তপস্যা কৰা গুহাৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই পূজা মণ্ডপ ৷ লগতে সম্পূৰ্ণ প্লাষ্টিক মুক্ত পূজা অনুষ্ঠিত কৰিছে আঠগাঁও বিষ্ণুপুৰ পূজা কমিটিয়ে ৷ এই বিশেষ পূজা মণ্ডপে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

Intro:আজি মহা অষ্টমী। ঢাক ঢোলৰ শব্দৰে মুখৰিত চৌদশ। মহানগৰীতো পূজাৰ ব্যাপক উছাহ উদ্দীপনা। প্ৰতিবছৰৰ দৰেই এইবাৰো মহানগৰীৰ আঠগাঁৱত আয়োজন কৰা হৈছে ব্যতিক্ৰমী পূজা মণ্ডপ।

Body:৫হাজাৰ বছৰ পূৰ্বে ঋষি মুণি সকলে তপস্যা কৰা গুহাৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজাৰ মণ্ডপ। সম্পূৰ্ণ প্লাষ্টিক মুক্ত পূজা অনুষ্ঠিত কৰিছে আঠগাঁও বিষ্ণুপুৰ পূজা কমিটিয়ে। এই সন্দৰ্ভত চাওঁক আকাশ হাজৰিকা আৰু হিৰুল হকৰ এক বিশেষ প্ৰতিবেদন।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.