ETV Bharat / state

গৌৰৱৰ অন্য নাম ‘বুলবুল কেন ছিঙ’ : মেলবৰ্ণত উজলিল অসমীয়া ছবি

author img

By

Published : Aug 9, 2019, 5:17 AM IST

Updated : Aug 9, 2019, 9:43 AM IST

মেলবৰ্ণত অনুষ্ঠিত ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ ইণ্ডি বঁটা লাভ কৰিছে বুলবুল কেন ছিঙে

গৌৰৱৰ অন্য নাম ‘বুলবুল কেন ছিঙ’

  • পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে চলচ্চিত্ৰ প্ৰযোজক-পৰিচালক ৰীমা দাসে
    ETV BHARAT
    বুলবুল কেন ছিঙ
  • ভিলেজ ৰকষ্টাৰ্ছৰ পাছত এইবাৰ ৰীমা দাসৰ বুলবুল কেন ছিঙে কঢ়িয়াই আনিছে আন এক কৃতিত্ব
    ETV BHARAT
    বঁটা গ্ৰহণৰ মুহূৰ্তত ৰীমা দা
  • মেলবৰ্ণত অনুষ্ঠিত ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ ইণ্ডি বঁটা লাভ কৰিছে বুলবুল কেন ছিঙে
    ETV BHARAT
    দেশ-বিদেশৰ ছবি জগতৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে ৰীমা দাস
  • বিশ্বৰ অন্যতম সন্মানীয় ছবি মহোৎসৱখনত ৰীমা দাসৰ ছবিখনে লাভ কৰে এই সন্মান
    ETV BHARAT
    বলীউডৰ কিং খানৰ সৈতে ৰীমা দাস
  • 8 আগষ্টৰ পৰা 17 আগষ্টলৈ অনুষ্ঠিত দশম ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত প্ৰথম নিশা মুখ্য অতিথি হিচাপে উপস্থিত থাকে বলিউড ছুপাৰষ্টাৰ শ্বাহৰুখ খান
    ETV BHARAT
    আন্তৰ্জাতিক মঞ্চত ৰীমা

Intro:Body:

পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে চলচিত্ৰ প্ৰযোজক ৰীমা দাসে 

ভিলেজ ৰকষ্টাৰ্ছৰ পাছত এইবাৰ ৰীমা দাসৰ বুলবুল কেন ছিঙে কঢ়িয়াই আনিছে আন এক কৃতিত্ব

মেলবৰ্ণত অনুষ্ঠিত ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ ইণ্ডি বঁটা লাভ কৰিছে বুলবুল কেন ছিঙে

বিশ্বৰ অন্যতম সন্মানীয় ছবি মহোৎসৱখনত ৰীমা দাসৰ ছবিখনে লাভ কৰে এই সন্মান

৮ আগষ্টৰ পৰা ১৮ আগষ্টলৈ অনুষ্ঠিত দশম  ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত প্ৰথম নিশা মুখ্য অতিথি হিচাপে উপস্থিত থাকে বলিউড ছুপাৰষ্টাৰ শ্বাহৰুখ খান

Conclusion:
Last Updated : Aug 9, 2019, 9:43 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.