ETV Bharat / state

নতুন ৰূপত চলিব ব্ৰহ্মপুত্ৰ মেইল

অহা ২০ জুলাইৰ পৰা পূৰ্বৰ নীলা ৰঙৰ সলনি ৰঙা ৰঙত দেখিবলৈ পোৱা যাব পূৰ্বোত্তৰৰ অন্যতম ৰে'ল ব্ৰহ্মপুত্ৰ মেইলক

author img

By

Published : Jul 18, 2019, 9:11 PM IST

নতুন ৰূপত চলিব ব্ৰহ্মপুত্ৰ মেইল

গুৱাহাটী, 18 জুলাইঃ :অহা ২০ জুলাইৰ পৰা আনুষ্ঠানিকভাৱে ডিব্ৰুগড় নতুন দিল্লী অভিমুখী ব্ৰহ্মপুত্ৰ মেইল চলিব নতুন ৰূপত । পূৰ্বোত্তৰৰ বিখ্যাত নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰেলক আধুনিকীকৰণৰ পিছত এইবাৰ ব্ৰহ্মপুত্ৰ মেইলক LHB লৈ উন্নত কৰাৰ পদক্ষেপ হাতত লৈছে ৰেল বিভাগে । পূৰ্বৰ নীলা ৰঙৰ সলনি ৰঙা ৰঙত দেখিবলৈ পোৱা যাব পূৰ্বোত্তৰৰ অন্যতম ৰে'ল ব্ৰহ্মপুত্ৰ মেইলক । যাত্ৰীৰ বাবে সকলো সুবিধা উপলব্ধ থকা ৰেলখনত থাকিব পূৰ্বতকৈও অধিক আৰামদায়ক দবা । ইয়াৰোপৰি যাত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা থকাৰ লগতে দুৰ্ঘটনা প্ৰতিৰোধ কৰিব পৰা ক্ষমতাও থাকিব ৰেলখনত ।

Intro:ৰে'ল আধুনিকীকৰণৰ ক্ষেত্ৰত আৰু এখোজ আগুৱালে উত্তৰ-পূৱ সীমান্ত ৰেলৱে। পূৰ্বোত্তৰৰ বিখ্যাত নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে'লক আধুনিকীকৰণৰ পিছত এইবাৰ ব্ৰহ্মপুত্ৰ মেইলক LHBলৈ উন্নীত কৰাৰ পদক্ষেপ হাতত লৈছে ৰেল বিভাগে। পূৰ্বৰ নীলা ৰঙৰ সলনি ৰঙা ৰঙত দেখিবলৈ পোৱা যাব পূৰ্বোত্তৰৰ অন্যতম ঐতিহ্যমণ্ডিত ৰে'ল ব্ৰহ্মপুত্ৰ মেইলক। যাত্ৰীৰ বাবে সকলো সুবিধা উপলব্ধ হ'ব ৰে'লখনত। পূৰ্বতকৈ অধিক আৰামদায়ক কোচ থাকিব ব্ৰহ্মপুত্ৰ মেইলত। তাৰোপৰি যাত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ উপযুক্ত হ'ব ৰে'লখন। কাৰণ কোনো দুৰ্ঘটনা প্ৰতিৰোধ কৰিব পৰা ক্ষমতা যথেষ্ট থাকে এই LHB কোচত। অহা ২০তাৰিখৰ পৰা আনুষ্ঠানিকভাৱে ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ নতুন ৰূপত চলিব এই ব্ৰহ্মপুত্ৰ মেইল। মুঠৰ ওপৰত এনেদৰেই যাত্ৰীৰ সুবিধাৰ্থে ৰে'ল আধুনিকীকৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ হাতত লোৱাৰ কথা জানিবলৈ দিয়ে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰণৱজ্যোতি শৰ্মাই।
Byte- Pranabjyoti sarmah (NF Railway CPRO) Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.