গুৱাহাটী, 22 মে': বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয় 'প্ৰজ্ঞা পৰশ মণি' নামৰ এখন কাব্যপুথি উন্মোচন কৰা হয় ৷ অৱসৰপ্ৰাপ্ত কূটনীতিবিদ বিনন্দ কুমাৰ গগৈয়ে লিখি উলিওৱা কিতাপখন উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ ড0 অমৰজ্যোতি চৌধুৰীয়ে ৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
গুৱাহাটী প্ৰেছ ক্লাবত কাব্যপুথি উন্মোচন
অৱসৰপ্ৰাপ্ত কূটনীতিবিদ বিনন্দ কুমাৰ গগৈয়ে লিখি উলিওৱা কিতাপখন উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ ড0 অমৰজ্যোতি চৌধুৰীয়ে ৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
গুৱাহাটী প্ৰেছ ক্লাবত কাব্যপুথি উন্মোচন
গুৱাহাটী, 22 মে': বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয় 'প্ৰজ্ঞা পৰশ মণি' নামৰ এখন কাব্যপুথি উন্মোচন কৰা হয় ৷ অৱসৰপ্ৰাপ্ত কূটনীতিবিদ বিনন্দ কুমাৰ গগৈয়ে লিখি উলিওৱা কিতাপখন উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ ড0 অমৰজ্যোতি চৌধুৰীয়ে ৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
Intro:বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয় বৈজ্ঞানিক,দাৰ্শনিক, ভৌতিক দৃষ্টিভংগী ৰ এখন কাব্য গ্ৰন্থ ।প্ৰজ্ঞা পৰশ মনি নামৰ এখন ভিন্ন সোৱাদৰ এই গ্ৰন্থ খন লিখি উলিয়াইছে প্ৰাক্তন ৰাষ্টদূত বিনন্দ কুমাৰ গগৈয়ে । গ্ৰন্থ খন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট সাহিত্যিক।ডঃ অমৰজ্যোতি চৌধুৰীয়ে । মূলতঃ লেখকৰ ঘাট প্ৰতিঘাট,সুখ,দূখ বেদনা,বিসন্নতাক সাৰথি হিচাপে লৈ ৰচনা কৰিছে । এই কাব্য গ্ৰন্থ খনে অধ্যয়ন শীল লোক সকলক কিছু আমোদ দিব বুলি আশাবাদী লিখক ।
Body:লিপিকা ডেকা
Conclusion:গুৱাহাটী
Body:লিপিকা ডেকা
Conclusion:গুৱাহাটী