ৰঙিয়া, ২৮ জুলাই : শনিবাৰে ৰঙিয়াৰ খন্দিকৰত এটা আই ই ডি উদ্ধাৰক লৈ সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ । অঞ্চলটোৰ তাৰিকুল ইছলাম নামৰ এজন লোকৰ ঘৰত আৰক্ষীয়ে উদ্ধাৰ কৰে এটা সক্ৰিয় আই ই ডি । কিন্তু স্থানীয় ৰাইজে লোকজনৰ ঘৰত আই ডি উদ্ধাৰৰ ঘটনাক নাটক আখ্যা দি ৰাতিপুৱালৈকে আৰক্ষী-সেনাৰ দলটোক আবদ্ধ কৰি ৰাখে । পিছত ঘটনাস্থলীত বাক্সা জিলাৰ আৰক্ষী অধীক্ষক গৰাকী উপস্থিত হৈ ৰাইজৰ লগত মাটিত বহি যেতিয়ালৈকে অনুসন্ধান কৰি তাৰিকুল ইছলাম ঘৰত আই ডি উদ্ধাৰ ঘটনা প্ৰমাণ নহয় তেতিয়ালৈকে তাৰিকুল ইছলামক গ্ৰেপ্তাৰ কৰা নহয় বুলি আশ্বাস দিয়াত হে পৰিস্থিতিৰ শাম কাটে । পাছত আৰক্ষীয়ে সেনাৰ সহযোগত আই ই ডি টো ডেউলকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত নিষ্ক্ৰিয় কৰে ।
ৰঙিয়াত আই ই ডি উদ্ধাৰক লৈ তীব্ৰ উত্তেজনা - Rangia
বাক্সাৰ জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত খন্দিকৰত শনিবাৰে নিশা আৰক্ষীয়ে উদ্ধাৰ কৰিলে এটা আই ই ডি । ঘটনাৰ পাছতেই সৃষ্টি হ’ল উত্তেজনাৰ । সেনা-আৰক্ষীয়ে নিষ্ক্ৰিয় কৰিলে উদ্ধাৰ হোৱা আই ই ডিটো ।
ৰঙিয়া, ২৮ জুলাই : শনিবাৰে ৰঙিয়াৰ খন্দিকৰত এটা আই ই ডি উদ্ধাৰক লৈ সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ । অঞ্চলটোৰ তাৰিকুল ইছলাম নামৰ এজন লোকৰ ঘৰত আৰক্ষীয়ে উদ্ধাৰ কৰে এটা সক্ৰিয় আই ই ডি । কিন্তু স্থানীয় ৰাইজে লোকজনৰ ঘৰত আই ডি উদ্ধাৰৰ ঘটনাক নাটক আখ্যা দি ৰাতিপুৱালৈকে আৰক্ষী-সেনাৰ দলটোক আবদ্ধ কৰি ৰাখে । পিছত ঘটনাস্থলীত বাক্সা জিলাৰ আৰক্ষী অধীক্ষক গৰাকী উপস্থিত হৈ ৰাইজৰ লগত মাটিত বহি যেতিয়ালৈকে অনুসন্ধান কৰি তাৰিকুল ইছলাম ঘৰত আই ডি উদ্ধাৰ ঘটনা প্ৰমাণ নহয় তেতিয়ালৈকে তাৰিকুল ইছলামক গ্ৰেপ্তাৰ কৰা নহয় বুলি আশ্বাস দিয়াত হে পৰিস্থিতিৰ শাম কাটে । পাছত আৰক্ষীয়ে সেনাৰ সহযোগত আই ই ডি টো ডেউলকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত নিষ্ক্ৰিয় কৰে ।
Body:বাক্সাৰ জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত খন্দিকৰত যোৱা নিশা তাৰিকুল ইছলাম নামৰ লোক জনৰ ঘৰত আই ই ডি উদ্ধাৰ লৈ তিব্ৰ চাঞ্চল্য । স্থানীয় ৰাইজে উক্ত লোকজনৰ ঘৰত আই ডি উদ্ধাৰ ঘটনা নাটক বুলি অভিযোগ কৰে । ৰাতি পুৱালৈকে শশ ৰাইজে সেনাক আবদ্ধ কৰি ৰাখে। পিছত বাক্সা জিলাৰ আৰক্ষী অধিক্ষক গৰাকীয়ে ঘটনাস্থলীত উপস্থিত হয় ৰাইজৰ লগত মাটিত বহি আৰক্ষী অধিক্ষক পিতিয়ান দিয়ে যে যেতিয়া লৈকে অনুসন্ধান কৰি তাৰিকুল ইছলাম ঘৰত আই ডি উদ্ধাৰ ঘটনা প্ৰমাণ নহয় তেতিয়ালৈকে তাৰিকুল ইছলামক গ্ৰেপ্তাৰ কৰা নহয় বুলি আচ্ছাক দিয়াত হে ৰাইজে পথটো মুকলি কৰি দিয়ে ।
Conclusion:পিছত আই ই ডি টো সেনা আৰু আৰক্ষী সহায়ত ডেউলকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত নিচক্ৰিয় কৰে ।
ভাষ্য : ১/২/৩
ৰঙিয়াৰ পৰা বন্দনা শৰ্মাৰ
সহযোগত
বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।