ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ত উৰিল ক'লা পতাকা - জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ সপক্ষে থিয় দিলে গুৱাহাটী বিশ্ববিদ্যালয়

"CAA" বিৰোধী আন্দোলন বন্ধ কৰাৰ বাবেই চৰকাৰে ঘোষণা কৰা ন-ন আঁচনি সন্দৰ্ভতো ক্ষোভ উজাৰে বিশ্ববিদ্যালয় আছুৱে ৷

JNU ৰ পক্ষত গুৱাহাটী বিশ্ববিদ্যালয়
JNU ৰ পক্ষত গুৱাহাটী বিশ্ববিদ্যালয়
author img

By

Published : Jan 9, 2020, 10:41 PM IST

গুৱাহাটী, 9 জানুৱাৰীঃ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত সংঘটিত হিংসাত্মক ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে বিশ্ববিদ্যালয়খনৰ পক্ষত থিয় দিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ে ৷ আজি গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত ক'লা পতাকা উৰুৱাই বিশ্ববিদ্যালয়ৰ আছু গোট আৰু আইন মহাবিদ্যালয় আছু গোটে প্ৰতিবাদ সাব্যস্ত কৰে ৷ আছুৰ প্ৰশ্ন " দুৰ্বৃত্তৰ এনে ভয়ংকৰ আক্ৰমণৰ পিছতো কিয় নিৰৱ দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় চৰকাৰ"?

লগতে পঢ়ক: ৰাজ্যজুৰি আছুৰ ৰণশিঙা প্ৰতিবাদ

উল্লেখ্য যে, চৰকাৰৰ দমনমূলক নীতিৰ বিৰুদ্ধে ক্ষোভ উজাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু নেতৃত্বই ৷ সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলন মষিমূৰ কৰাৰ এয়া এক চৰকাৰী ষড়যন্ত্ৰ বুলি আখ্যা দিয়ে আছুৱে ৷ "CAA" বিৰোধী আন্দোলন বন্ধ কৰাৰ বাবেই চৰকাৰে ঘোষণা কৰা ন-ন আঁচনি সন্দৰ্ভতো ক্ষোভ উজাৰে বিশ্ববিদ্যালয় আছুৱে ৷

Intro:জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত সংঘটিত হিংসাত্মক ঘটনাৰ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত। গুৱাহাটীৰ ঠায়ে ঠায়ে এই ঘটনা বিৰুদ্ধে প্ৰতিবাদ। বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত উৰুৱা হ'ল ক'লা পতাকা। গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট আৰু আইন মহাবিদ্যালয় আছু গোটে ক'লা পতাকা উৰুৱাই সাব্যস্ত কৰে প্ৰতিবাদ। দুৰ্বৃত্তৰ এনে ভয়ংকৰ আক্ৰমণৰ পিছতো কিয় নিৰৱ দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় চৰকাৰ, প্ৰশ্ন আছুৰ। চৰকাৰৰ দমনমূলক নীতিৰ বিৰুদ্ধে ক্ষোভ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু নেতৃত্বৰ। সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলন মষিমূৰ কৰাৰ এয়া এক চৰকাৰী ষড়যন্ত্ৰ বুলি আখ্যা দিয়ে আছুৱে। কা' বিৰোধী আন্দোলন বন্ধ কৰাৰ বাবেই চৰকাৰে ঘোষণা কৰা ন ন আচনি সন্দৰ্ভত ক্ষোভ উজাৰিলে বিশ্ববিদ্যালয় আছুৱে।Body:Hirul Haque Conclusion:Guwahati

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.