গুৱাহাটী, 27 মে': সোমবাৰে ৫ বজাৰ পূৰ্বে বিজেপিয়ে ঘোষণা কৰিব ৰাজ্য সভাৰ প্ৰাৰ্থীৰ নাম । ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱৰ লগত ফোন যোগে আলোচনা কৰাৰ পাচতে এই মন্ত্যৱ বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ । সৰ্বমুঠ ১৮ জনৰ নাম বিজেপিয়ে কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিল । ইয়াৰ ভিতৰত ৰমেন ডেকা, বিজয়া চক্ৰৱৰ্তী, কামাখ্যা প্ৰসাদ তাছা আৰু ৰাজেন গোহাঁইৰ নাম অন্তৰ্ভুক্ত । ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ প্ৰধানমন্ত্ৰীৰ লগত বৈঠকত থকাৰ বাবে ঘোষণাত পলম হৈছে প্ৰাৰ্থী ঘোষণাত । মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা ওলাই আহি এনেদৰে মন্ত্যব কৰে বিজেপি সভাপতি ৰঞ্জিত দাসে ।
আজি চূড়ান্ত হ'ব বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থীৰ নাম - assam news
সৰ্বমুঠ ১৮ জনৰ নাম বিজেপিয়ে কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিল । ইয়াৰ ভিতৰত ৰমেন ডেকা, বিজয়া চক্ৰৱৰ্তী, কামাখ্যা প্ৰসাদ তাছা আৰু ৰাজেন গোহাঁইৰ নাম অন্তৰ্ভুক্ত । ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ প্ৰধানমন্ত্ৰীৰ লগত বৈঠকত ব্যস্ত থকাৰ বাবে ঘোষণাত পলম হৈছে প্ৰাৰ্থীৰ নাম
আজি নিৰ্ধাৰণ হ'ব বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থীৰ নাম
গুৱাহাটী, 27 মে': সোমবাৰে ৫ বজাৰ পূৰ্বে বিজেপিয়ে ঘোষণা কৰিব ৰাজ্য সভাৰ প্ৰাৰ্থীৰ নাম । ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱৰ লগত ফোন যোগে আলোচনা কৰাৰ পাচতে এই মন্ত্যৱ বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ । সৰ্বমুঠ ১৮ জনৰ নাম বিজেপিয়ে কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিল । ইয়াৰ ভিতৰত ৰমেন ডেকা, বিজয়া চক্ৰৱৰ্তী, কামাখ্যা প্ৰসাদ তাছা আৰু ৰাজেন গোহাঁইৰ নাম অন্তৰ্ভুক্ত । ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ প্ৰধানমন্ত্ৰীৰ লগত বৈঠকত থকাৰ বাবে ঘোষণাত পলম হৈছে প্ৰাৰ্থী ঘোষণাত । মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা ওলাই আহি এনেদৰে মন্ত্যব কৰে বিজেপি সভাপতি ৰঞ্জিত দাসে ।
Intro:সোমবাৰে ৫ বজাৰ পূৰ্বে বিজেপিয়ে ঘোষণা কৰিব ৰাজ্য সভাৰ প্ৰাৰ্থীৰ নাম । ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱৰ লগত ফোন যোগে আলোচনা কৰাৰ পিছতে এই মন্ত্যৱ বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ । সৰ্বমুঠ ১৮ জনৰ নাম বিজেপিয়ে কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিল । ইয়াৰ ভিতৰত ৰমেন ডেকা , বিজয়া চক্ৰৱৰ্তী , কামাখ্যা প্ৰসাদ তাছা আৰু ৰাজেন গোহাঁইৰ নাম অন্তৰ্ভুক্ত । ৰাষ্ট্ৰয় সভাপতি অমিত চাহ প্ৰধানমন্ত্ৰীৰ লগত বৈঠকত থকাৰ বাবে ঘোষণাত পলম হৈছে । মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা ওলাই এই মন্ত্যৱ সভাপতি ৰঞ্জিত দাসৰ ।
Body:সোমবাৰে ৫ বজাৰ পূৰ্বে বিজেপিয়ে ঘোষণা কৰিব ৰাজ্য সভাৰ প্ৰাৰ্থীৰ নাম । ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱৰ লগত ফোন যোগে আলোচনা কৰাৰ পিছতে এই মন্ত্যৱ বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ । সৰ্বমুঠ ১৮ জনৰ নাম বিজেপিয়ে কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিল । ইয়াৰ ভিতৰত ৰমেন ডেকা , বিজয়া চক্ৰৱৰ্তী , কামাখ্যা প্ৰসাদ তাছা আৰু ৰাজেন গোহাঁইৰ নাম অন্তৰ্ভুক্ত । ৰাষ্ট্ৰয় সভাপতি অমিত চাহ প্ৰধানমন্ত্ৰীৰ লগত বৈঠকত থকাৰ বাবে ঘোষণাত পলম হৈছে । মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা ওলাই এই মন্ত্যৱ সভাপতি ৰঞ্জিত দাসৰ ।
Conclusion: