ETV Bharat / state

ই টিভি ভাৰতৰ গুৱাহাটীস্থিত কার্যালয়তো উদযাপন বিশ্বকৰ্মা পূজা

author img

By

Published : Sep 18, 2019, 3:20 PM IST

Updated : Sep 18, 2019, 4:21 PM IST

উলহ-মালহৰে আয়োজন বিশ্বকৰ্মা পূজাৰ ৷

সমগ্ৰ দেশৰ লগতে ই টিভি ভাৰতৰ গুৱাহাটীস্থিত কার্যালয়টো উদযাপন বিশ্বকৰ্মা পূজা

গুৱাহাটী, 18 ছেপ্তেম্বৰঃ সমগ্ৰ দেশতেই বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা উদযাপন কৰা হয় ৷ গুৱাহাটী ই টিভি ভাৰতৰ গুৱাহাটীস্থিত কার্যালয়তো উদযাপন কৰা হয় বিশ্বকৰ্মা পূজাৰ ৷ চাওক তলৰ ভিডিঅ'ত...

সমগ্ৰ দেশৰ লগতে ই টিভি ভাৰতৰ গুৱাহাটীস্থিত কার্যালয়তো উদযাপন বিশ্বকৰ্মা পূজা

Intro:সমগ্ৰ ভাৰতৰ লগতে গুৱাহাটীটো উদযাপন বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। আজি অসমৰ বিভিন্ন সংবাদ মাধ্যমৰ কার্যলায়ত উদযাপন কৰা হয় বিশ্বকৰ্মা পূজা।

Body:ই টিভি ভাৰতৰ গুৱাহাটীস্থিত কার্যলায়টো উদযাপন কৰা হয় বিশ্বকৰ্মা পূজাৰ। ৰাতিপুৱাৰ ভাগৰে পৰা ই টিভি ভাৰতৰ গুৱাহাটীস্থিত কার্যলায়ত বিশ্বকৰ্মা পূজাৰ আয়োজনকলৈ ব্যস্ততা দেখিবলৈ পোৱা যায়। ই টিভি ভাৰতৰ গুৱাহাটীৰ সংবাদ কর্মী সকলে এই দৰে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰে।

Conclusion:ই টিভি ভাৰতৰ কার্যলায়ত বিশ্বকৰ্মা পুজা উপলক্ষে সকলো সংবাদ কর্মী সকল একগোট হৈ পূজাৰ আয়োজন কৰে।
Last Updated : Sep 18, 2019, 4:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.