ETV Bharat / state

আযোধ্যা বিবাদৰ ৰায়দান: উচ্চতম ন্যায়ালয়ৰ ৰায়ক স্বাগতম বিভিন্ন মহলৰ

author img

By

Published : Nov 9, 2019, 3:25 PM IST

আজি উচ্চতম ন্যায়ালয়ে বহু বিবদমান ৰাম জন্মভূমি আৰু বাবৰি মছজিদৰ অযোধ্যা বিবাদৰ ওপৰত ৰায়দান প্ৰদান কৰে ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য় ন্যায়াধীশ ৰঞ্জন গগৈয়ে প্ৰদান কৰে ঐতিহাসিক ৰায়দান ৷ ইয়াৰ পাচতেই এই ঐতিহাসিক ৰায়দানক আদৰণি বিভিন্ন মহলৰ ৷

আযোধ্যা বিবাদৰ ৰায়দান: উচ্চতম ন্যায়ালয়ৰ ৰায়দানক স্বাগতম বিভিন্ন মহলৰ

গুৱাহাটী, 9 নৱেম্বৰ: ৰাম জন্মভূমি আৰু বাবৰি মছজিদৰ বিবদমান অযোধ্যা ভূমি বিবাদক লৈ আজি উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানক আদৰণি জনাইছে কংগ্ৰেছ দলে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ হৈ উচ্চতম ন্যায়ালয়ৰ ৰায়দানক আদৰণি জনায়।

ৰিপুন বৰা
  • উচ্চতম ন্যায়ালয়ৰ অযোধ্যা বিবাদৰ ৰায়দানক আদৰণি অসম বিজেপিৰ । হিমাংগ ঠাকুৰীয়াই ধন্যবাদ জ্ঞাপন কৰে উচ্চতম ন্যায়ালয়ৰ ৰায়ক । বিজেপি সংখ্যালঘু মৰ্চায়েও আদৰণি জনাইছে এই ৰায়ক । আজি এক 400 বছৰ পুৰণি বিবাদৰ সমাধান হ’ল । মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ধন্যবাদ জ্ঞাপন মুখপাত্ৰগৰাকীৰ।
    হিমাংগ ঠাকুৰীয়া (বিজেপি সংখ্যালঘু মৰ্চা)
  • বিশিষ্ট বিজেপি নেতা ৰাজকুমাৰ শৰ্মাই কয় এই ৰায় উভয় পক্ষৰ বাবে গ্ৰহণযোগ্য । এক পুৰণি বিবাদ সমাধান হ’ল। আমি সকলোৱে এই ৰায়ক আদৰণি জনাইছো। সকলোৱে সংযম ৰক্ষা কৰি শান্তি সম্প্ৰীতি বৰ্তাই ৰাখক ।
    উচ্চতম ন্যায়ালয়ৰ ৰায়দানক স্বাগতম বিভিন্ন মহলৰ
    উচ্চতম ন্যায়ালয়ৰ ৰায়দানক স্বাগতম বিভিন্ন মহলৰ
    ৰাজকুমাৰ শৰ্মা
  • বিজেপি সংখ্যালঘু মৰ্চাৰ উপ সভাপতি জোনাব মটিউৰ ৰেহমানে আদৰণি জনাই অযোধ্যা বিবাদৰ ৰায়ক । মুছলমানৰ বিবদমান ভূমিত কেতিয়াও নামাজ গ্ৰহণ নহয়। এতিয়া বিবাদ শেষ হৈছে ৷
    জোনাব মটিউৰ ৰেহমান

লগতে চাওকঃ নাজিৰাৰ মেকিপুৰ চাহ বাগিছাত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

Intro:ৰাম জন্মভূমি আৰু বাবৰি মছজিদৰ বিবাদীত ভূমিকাৰ ওপৰত আজি উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানক আদৰণি জনাইছে কংগ্ৰেছ দলে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ৰ হৈ উচ্চতম ন্যায়ালয়ৰ ৰায়দানক আদৰণি জনায়।

Body:আজি উচ্চতম ন্যায়ালয়ে বিতৰ্কিত ৰাম জন্মভূমি আৰু বাবৰি মছজিদৰ বিবাদীত ভূমিকাৰ ওপৰত প্ৰদান কৰা ৰায়দানক আদৰণি জনাই নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে। ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই এক সংবাদমেল অনুষ্ঠিত কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ হৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানক আদৰণি জনাই দেশবাসীক এই ৰায়দানক স্বীকাৰ কৰি শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনায়।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে ৰাজ্যৰ বিদ্যালয় সমূহত মধ্যাহ্ন ভোজনৰ দায়িত্ব এন জি অ সমূহক অৰ্পণ কৰাৰ বিজেপি চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা কৰে। বৰাই বিজেপিক আক্ৰমণ কৰি কয় সোণোৱাল চৰকাৰৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ১ লাখ ১৭ হাজাৰ ৰান্ধিক নিবনুৱা কৰি এন জি অ সমূহক মধ্যাহ্ন ভোজনৰ দায়িত্ব অৰ্পণ কৰাটো দুৰ্ভাগ্যজনক। এন জি অ সমূহে অতি নিম্ন মানৰ খাদ্য যোগান ধৰাৰ ফলত বহু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈছে। বহু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী এন জি অ সমূহে যোগান ধৰা ভোজন গ্ৰহণ কৰি অসুস্থ হৈ চিকিৎসালয়ত চিকিৎসাধীন হ'ব লগা হৈছে। বিজেপি চৰকাৰৰ এই সিদ্ধান্তই ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষাৰ অধিকাৰ খৰ্ব কৰিছে বুলিও মন্তব্য কৰে ৰিপুন বৰাই। বিজেপি চৰকাৰে এন জি অ সমূহক মধ্যাহ্ন ভোজনৰ দায়িত্ব অৰ্পণ কৰাটো তদন্ত কৰিব লাগে বুলিও দাবী জনায় ৰিপুন বৰাই।

বাইট : ৰিপুন বৰা, সভাপতি, অসম প্ৰদেশ কংগ্ৰেছ কমিটি

Conclusion:পিয়াঁজৰ অভাৱনীয় মূল্যবৃদ্ধিক লৈও বৰাই বিজেপি চৰকাৰক আক্ৰমণ কৰি কয় যে বিজেপি চৰকাৰৰ যোগানমন্ত্ৰী গৰাকীয়ে ৬৬ টকাত প্ৰতিকেজি পিয়াঁজ বিক্ৰী কৰাৰ ঘোষণা কৰিছিল যদিও বজাৰত পিয়াঁজ ৮০-৯০ টকাত বিক্ৰী হৈ আছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.