ETV Bharat / state

আৰম্ভ হ'ল অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন

শুক্ৰবাৰৰ পৰা অনুষ্ঠিত হ'ব লগা অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা

আৰম্ভ হ'ল অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন
author img

By

Published : Jul 26, 2019, 11:19 AM IST

  • আজিৰে পৰা আৰম্ভ হ'ল অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন
  • 6 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই অধিৱেশন
  • অধিৱেশনৰ সময়ত সৃষ্টি হ'ব পৰা উত্তাল প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি জনতা ভৱনৰ ভিতৰে বাহিৰে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা
  • অধিৱেশন চলি থকাৰ সময়ত জনতা ভৱনৰ চাৰিওফালে অৰ্থাৎ জি.এছ ৰোডৰ কাষত কোনো লোকে ৰখাব নোৱাৰিব গাড়ী ৷
    আৰম্ভ হ'ল অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন

  • আজিৰে পৰা আৰম্ভ হ'ল অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন
  • 6 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই অধিৱেশন
  • অধিৱেশনৰ সময়ত সৃষ্টি হ'ব পৰা উত্তাল প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি জনতা ভৱনৰ ভিতৰে বাহিৰে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা
  • অধিৱেশন চলি থকাৰ সময়ত জনতা ভৱনৰ চাৰিওফালে অৰ্থাৎ জি.এছ ৰোডৰ কাষত কোনো লোকে ৰখাব নোৱাৰিব গাড়ী ৷
    আৰম্ভ হ'ল অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন
Intro:আজিৰ পৰা আৰম্ভ গ্ৰীষ্মকালীন অধিৱেশন


Body:আজিৰে পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন। এইবাৰ ৬ দিনীয়াকৈ অনুষ্ঠিত হ'ব এই গ্ৰীষ্মকালীন অধিৱেশন। বিধানসভাৰ অধিৱেশন সময়ত উত্তাল প্ৰতিবাদক লক্ষ্য ৰাখি জনতা ভৱনৰ (সঢিবালয়ৰ)
ভিতৰে বাহিৰে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। আনহাতে জনতা ভৱনৰ (সঢিবালয়ৰ) চাৰিওফালে যাতে কোনো যানবাহন ৰখাব নোৱাৰে তাৰ বাবে গঢ়ি তোলা হৈছে No Parking ব্যৱস্থা। জনতা ভৱনৰ
চাৰিওফালে G.S ৰোডৰ কাষত কোনো লোকে গাড়ী ৰখাব নোৱাৰে অধিৱেশন চলি থকা সময়ত।


Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.