দুপৰীয়া 1 বজাৰ মুখ্য দহটা বাতৰি-
1. বাঘজানৰ তৈলখাদৰ পৰা নিৰ্গত গেছে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাইছে : WIIৰ প্ৰতিবেদন
2. কণী উৎপাদনেৰেও হ'ব পাৰে স্বাৱলম্বী: শিল্পী মানস ৰবীন
3. কৰিমগঞ্জত দেওবাৰে কৰ’ণা আক্ৰান্ত ৰোগীৰ মৃত্যু
কৰিমগঞ্জত প্ৰতিদিনে বৃদ্ধি পাইছে ভ্ৰমণ বৃত্তান্ত বিহীন কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ।
4. বিশিষ্ট সংগীত শিল্পী যজ্ঞ বেজবৰুৱাৰ দেহৱসান
5. চৰাইদেউত বন্যহস্তীৰ তাণ্ডৱ
6. ৰাখী বন্ধন ভাতৃ আৰু ভগ্নীৰ বিশ্বাস তথা মৰমৰ ধাগাঃ ৰামনাথ কোবিন্দ
7. ৰাখী বন্ধনঃ চত্তীশগড়ৰ ৰায়গড় আৰক্ষীয়ে বিতৰণ কৰিব 14 লাখ মাস্ক
8. 45 বছৰ পাচত স্পেছ এক্স আৰু নাছাৰ মহাকাশচাৰীৰ প্ৰথম অৱতৰণ
9. কৃষক মুক্তিৰ দুই নেতাক গ্ৰেপ্তাৰ ডিব্ৰুগড়ত
10. ৰাম মন্দিৰৰ ভূমি পূজনৰ বাবে 151 খন নদীৰ পৰা পানী সংগ্ৰহ দুই ভাতৃৰ