ETV Bharat / state

DGP on ragging: সভ্য সমাজত ৰেগিঙৰ কোনো স্থান নাই; ডিজিপি মহন্ত

ৰেগিঙৰ বিৰুদ্ধে অধিক কঠোৰ হ’ব অসম আৰক্ষী (Assam police to be more strict against ragging) ৷ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কঠোৰ হোৱাৰ নিৰ্দেশ দিছে অসম আৰক্ষীক ৷ সংবাদ মাধ্যমৰ আগত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীৰ মন্তব্য ৷

DGP on ragging
DGP on ragging
author img

By

Published : Dec 2, 2022, 1:03 PM IST

  • ডিব্ৰুগড় বিশ্ব বিদ্যালয়ত সংঘটিত ৰেগিং কাণ্ডক লৈ প্ৰতিক্ৰিয়া ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ
  • ৰেগিঙৰ বিৰুদ্ধে অধিক কঠোৰ হ’ব অসম আৰক্ষী (Assam police to be more strict against ragging)
  • ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কঠোৰ হোৱাৰ নিৰ্দেশ দিছে অসম আৰক্ষীক
  • সংবাদ মাধ্যমৰ আগত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীৰ মন্তব্য
  • এইবাৰ কেৱল জগৰীয়া কৰি এৰি দিয়া নহ’ব ৰেগিংকাৰী তথা হোষ্টেলৰ কৰ্তৃপক্ষক (ragging in educational institutes)
  • প্ৰয়োজনত গ্ৰেপ্তাৰ কৰা হ’ব বিশ্ববিদ্যালয়ৰ বিষয়া-কৰ্মচাৰী
  • সভ্য সমাজত ৰেগিঙৰ কোনো স্থান নাই, ইয়াক সহ্য কৰা নহ’ব বুলি কয় ডিজিপি মহন্তই
    সভ্য সমাজত ৰেগিঙৰ কোনো স্থান নাই; ডিজিপি মহন্ত
  • পাঞ্জাবাৰীৰ ৰঞ্জিত বৰা হত্যাকাণ্ডৰ সন্দৰ্ভটো মুখ খুলিলে ডিজিপি ভাস্কৰজ্যোতি মহন্তই (Assam DGP on Panjabari murder case)
  • গুৱাহাটীৰ অপৰাধ সমূহৰ পৰ্যালোচনা কৰিবলৈ ইতিমধ্যে বিশেষ বৈঠকৰ আয়োজন কৰা হৈছে
  • চুবুৰীয়া জিলা তথা ৰাজ্যৰ সকলো শীৰ্ষ আৰক্ষী বিষয়া থাকিব বৈঠকখনত (Assam police meeting on Law and order)
  • শনিবাৰে আৰক্ষী মুখ্য কাৰ্যালয়ত কাৰ্যালয়ত অনুষ্ঠিত হ’ব এই বৈঠক
  • গুৱাহাটীত অপৰাধ সংঘটিত কৰা অপৰাধীয়ে বাহৰ পাতিব পাৰে চুবুৰীয়া জিলাত
  • যাক লৈ এতিয়া সমস্যাত পৰিছে মহানগৰ আৰক্ষী
  • যিটো কাৰণত পুনৰ বৈঠকৰ আহ্বান কৰা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ডিজিপি ভাস্কৰজ্যোতি মহন্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.