- পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰ জিলাত আক্ৰমণৰ সন্মুখীন হিমন্ত বিশ্ব শৰ্মা
- পশ্চিমবংগ বিজেপিৰ সভাপতি দিলীপ ঘোষৰ সৈতে আছিল মন্ত্ৰী শৰ্মা
- এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি উভতি অহাৰ সময়তে সংঘটিত আক্ৰমণ
- ৰাজ্যখনৰ কান্ঠী লোকসভা সমষ্টিৰ অন্তৰ্গত খেজুৰীত সংঘটিত হয় এই আক্ৰমণ
- মমতা বাহিনীৰ দ্বাৰা আক্ৰমণ সংঘটিত হোৱাৰ কথা প্ৰকাশ কৰিছে শৰ্মাই
- ঘটনাস্থলীত কেন্দ্ৰীয় নিৰাপত্তা বাহিনী প্ৰৱেশত বাধা তৃণমূল কংগ্ৰেছ কৰ্মীৰ
- ঘটনাস্থলীৰ পৰা সন্ধানহীন তিনিগৰাকী বিজেপি কৰ্মী
- পশ্চিমবংগ আৰক্ষীৰ ভূমিকাক সন্দেহজনক আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ
-
The @crpfindia personnel are helping us to gradually move away from here. Three .@BJP4Bengal workers are taken away by .@AITCofficial goons in front of police / Kultha Bazar, under PS Khejuri and kept in TMC union office. Goons have damaged 20+ motorbikes.#ShameMamata pic.twitter.com/XT7wWE0Cmn
— Chowkidar Himanta Biswa Sarma (@himantabiswa) May 7, 2019 " class="align-text-top noRightClick twitterSection" data="
">The @crpfindia personnel are helping us to gradually move away from here. Three .@BJP4Bengal workers are taken away by .@AITCofficial goons in front of police / Kultha Bazar, under PS Khejuri and kept in TMC union office. Goons have damaged 20+ motorbikes.#ShameMamata pic.twitter.com/XT7wWE0Cmn
— Chowkidar Himanta Biswa Sarma (@himantabiswa) May 7, 2019The @crpfindia personnel are helping us to gradually move away from here. Three .@BJP4Bengal workers are taken away by .@AITCofficial goons in front of police / Kultha Bazar, under PS Khejuri and kept in TMC union office. Goons have damaged 20+ motorbikes.#ShameMamata pic.twitter.com/XT7wWE0Cmn
— Chowkidar Himanta Biswa Sarma (@himantabiswa) May 7, 2019
-
- টুইটাৰযোগে মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰিছে সমষ্ট ঘটনাৱলী
- ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা এই ঘটনাক গনতন্ত্ৰৰ বাবে অশুভ লক্ষণ আখ্যা মুখ্যমন্ত্ৰীৰ
- ঘটনাৰ উচিত তদন্তৰে দোষীক কৰায়ত্ত কৰিবলৈ আহ্বান সৰ্বানন্দ সোণোৱালৰ
হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ মমতাৰ গুণ্ডাবাহিনীৰ : মন্ত্ৰী শৰ্মাৰ প্ৰথম প্ৰতিক্ৰিয়া - TMC
পশ্চিমবংগৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ ঘোষৰ সৈতে আহি থকা অৱস্থাতে আক্ৰমণৰ সন্মুখীন হয় মন্ত্ৰী শৰ্মা ৷

Today there was a bike rally of BJP at Khejuri. Dilip ghosh's car vandalised during that election rally. Driver was beaten. Dilip ghosh was also attacked. Alligetion against TMC.
Conclusion: