ETV Bharat / state

ভোটকেন্দ্ৰত প্ৰাথমিক সুবিধাৰ পৰা বঞ্চিত ভোটাৰ - গুৱাহাটী

আদৰ্শ ভোটকেন্দ্ৰৰূপে ঘোষণা কৰা মালিগাঁৱৰ ১৪১নং আৰু ১৪২ নং পাণ্ডু মহাবিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত অসুস্থ লোকৰ বাবে নাই বিশেষ কোনো ব্যৱস্থা।

ভোটকেন্দ্ৰত প্ৰাথমিক সুবিধাৰ পৰা বঞ্চিত ভোটাৰভোটকেন্দ্ৰত প্ৰাথমিক সুবিধাৰ পৰা বঞ্চিত ভোটাৰ
author img

By

Published : Apr 23, 2019, 7:44 PM IST

গুৱাহাটী, 23 এপ্ৰিলঃ নামত আদৰ্শ ভোটকেন্দ্ৰ, কিন্তু বাস্তৱত সাধাৰণ সুবিধাকণো নাই মহানগৰীৰ এটা ভোটকেন্দ্ৰত। মালিগাঁৱৰ ১৪১নং আৰু ১৪২ নং পাণ্ডু মহাবিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত নাই হুইল চেয়াৰৰ কোনো ব্যৱস্থা ।

ভোটকেন্দ্ৰত প্ৰাথমিক সুবিধাৰ পৰা বঞ্চিত ভোটাৰ

আদৰ্শ ভোটকেন্দ্ৰৰূপে ঘোষণা কৰা এই কেন্দ্ৰত অসুস্থ লোকৰ বাবে নাই কোনো বিশেষ ব্যৱস্থা । ইয়াকে লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে জ্যেষ্ঠ নাগৰিক তথা ভোটাৰসকলে। এই সন্দৰ্ভত একাংশ ভোটাৰে অভিযোগ দিয়ে জিলা প্ৰশাসন আৰু নিৰ্বাচন আয়োগক। নিম্নতম সুবিধাকণো নথকা ভোটকেন্দ্ৰটোত পুৱাৰে পৰা অসুস্থ আৰু বয়োজ্যেষ্ঠ লোকসকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি অহা পৰিলক্ষিত হৈছে ৷

sample description
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.