ETV Bharat / state

অবৈধ ইটা ভাটাৰ বিৰুদ্ধে গৰৈমাৰীত ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Mar 2, 2019, 7:40 PM IST

গ্ৰামাঞ্চলৰ পৰিৱেশ কুলষিত স্বয়ং জিলা প্ৰশাসণৰ

অবৈধ ইটা ভাটাৰ বিৰুদ্ধে গৰৈমাৰীত ৰাইজৰ প্ৰতিবাদ

ক্ৰামৎ ঘূণে ধৰিছে ৰাজ্যৰ গ্ৰামাঞ্চলৰ প্ৰশাসন তন্ত্ৰত। এটাৰ পিচত এটাকৈ ফাদিল হৈছে প্ৰশাসন আৰু চৰকাৰৰ ফোপলা স্বৰূপ । চক্ৰ বিষয়াৰ প্ৰৰোচনাত গ্ৰামাঞ্চলত গঢ়লৈ উঠিছে বহু অবৈধ ইটা ভাটা । এই ইটা ভাটা সমূহৰ পৰা নিৰ্গত ধোৱাই দিনে নিশাই অপকাৰ সাধন কৰিছে সাধাৰণ ৰাইজৰ। কিন্তু অভিযোগ দিলেও একেবাৰে গা-নলৰেপ্ৰশাসনৰ ৷

শনিবাৰে অৱশেষত প্ৰতিবাদী কণ্ঠৰে উপায়বিহীনহৈ ওলাই আহিল গৰৈমাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বাঘমাৰা গাঁৱৰ কন কন শিশু আৰু স্থানীয় ৰাইজ ।জনবসতিপুৰ্ণ এলেকাত অসাধু ব্যৱসায়ীয়ে ইটা ভাটা স্থাপন কৰি গাঁওখনত থকা দুখনকৈ বিদ্যালয় আৰু গঞাৰ স্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি।আনহাতে অবৈধ ইটা ভাটাৰ বিৰুদ্ধে অভিযোগ দিয়া অভিযোগকাৰীক অপদস্ত কৰাৰো গুৰুতৰ অভিযোগ উঠিছে স্থানীয় চক্ৰ বিষয়াৰ বিৰুদ্ধে৷

A_GHY_802_02MARCH_ILLEGAL_BRICKS_INDUSTRY_VISUAL_BYTE_ASRAR

ঘূণে ধৰিছে ৰাজ্যৰ গ্ৰামাঞ্চলৰ প্ৰশাসন তন্ত্ৰত ৷ এটাৰ পিছত এটাকৈ ফাদিল হৈছে প্ৰশাসনৰ ফোপলা স্বৰূপ ৷গ্ৰামাঞ্চলৰ পৰিবেশ কুলষিত কৰাত জৰিত হৈ পৰিছে স্বয়ং জিলা প্ৰশাসন ৷ চক্ৰ বিষয়াৰ প্ৰৰোচনাত গ্ৰামাঞ্চলত গঢ়লৈ উঠিছে অবৈধ ইটা ভাটা ৷ অভিযোগ দিলেও গা-নৰলে প্ৰশাসনৰ ৷অৱশেষত উপায়বিহীনহৈ গাঁৱৰ কন কন শিশু আৰু স্থানীয় ৰাইজে ৰাজপথ নামি কৰিলে প্ৰতিবাদ ৷  এই দৃশ্য গৰৈমাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বাঘমাৰা গাঁৱৰ ৷ এইদৰে জনবসতিপুৰ্ণ এলেকাত অসাধু ব্যৱসায়ীয়ে ইটা ভাটা স্থাপন কৰি গাঁওখনত থকা দুখনকৈ বিদ্যালয় আৰু গঞাৰ স্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি ৷
ইটা ভাটাৰ পৰা নিৰ্গত হোৱা অস্বাস্থকৰ কলা ধোৱাই বিপৰ্যস্থ কৰি তুলিছে স্থানীয় ৰাইজক ৷ অবৈধ ইটা ভাটাৰ বিৰুদ্ধে অভিযোগ দিয়া অভিযোগকাৰীক অপদস্ত কৰাৰ গুৰুতৰ অভিযোগ স্থানীয় চক্ৰ বিষয়াৰ বিৰুদ্ধে ৷

Byte 
Visual at Ftp

Asrar Ansari 
  Guwahati 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.