ETV Bharat / state

মহানগৰবাসীক বানপানীৰ পৰা সকাহ দিবলৈ পৌৰ নিগমৰ তৎপৰতা

বৰষুণৰ পাচত যাতে পুনৰ বানপানীৰ সৃষ্টি নহয় তাৰ বাবে গুৱাহাটী পৌৰ নিগমৰৰ কৰ্মচাৰীসকলে সোমবাৰে মহানগৰীৰ বিভিন্ন ঠাইত নলা-নৰ্দমা পৰিস্কাৰ কৰে ৷ কেৱল প্লাষ্টিকেৰে ভৰি থকা নলা সমূহে অতদিনে জীয়াতু ভোগাইছে সাধাৰণ ৰাইজক ৷

মহানগৰবাসীক বানপানীৰ পৰা সকাহ দিবলৈ পৌৰ নিগমৰ তৎপৰতা
author img

By

Published : May 27, 2019, 9:16 PM IST

গুৱাহাটী, 27 মেঃ গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ অন্যতম কাৰণ "প্লাষ্টিক" ৷ সঘনাই নলাত পেলোৱা প্লাষ্টিকৰ বাবে ক্ৰমাৎ বন্ধ হৈ পৰিছে গুৱাহাটীৰ বহু নলা নাৰ্দমা, যাৰফলত সৃষ্টি হয় কৃত্ৰিম বানপানীৰ ৷

মহানগৰবাসীক বানপানীৰ পৰা সকাহ দিবলৈ পৌৰ নিগমৰ তৎপৰতা

মহানগৰীত এজাক বৰষুণতে হোৱা কৃত্ৰিম বানপানীৰ বাবে তৎপৰ হৈ উঠিছে গুৱাহাটী পৌৰ নিগম ৷ বৰষুণৰ পাচত যাতে পুনৰ বানপানীৰ সৃষ্টি নহয় তাৰ বাবে গুৱাহাটী পৌৰ নিগমৰৰ কৰ্মচাৰীসকলে সোমবাৰে মহানগৰীৰ বিভিন্ন ঠাইত নলা-নৰ্দমা পৰিস্কাৰ কৰে ৷ কেৱল প্লাষ্টিকেৰে ভৰি থকা নলা সমূহে অতদিনে জীয়াতু ভোগাইছে সাধাৰণ ৰাইজক ৷

Intro:মহানগৰী গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ অন্যতম কাৰণ প্লাষ্টিক। মহানগৰীৰ নলাত মহানগৰী বাসীয়ে সঘনাই পেলাই থকা প্লাষ্টিৰ বাবে মহানগৰীত সৃষ্টি হয় কৃত্ৰিম বানপানীৰ।

Body:পালিষ্টিকৰ বিভিন্ন ধৰণৰ সামগ্রী বাবে গুৱাহাটীৰ বহু নালা নাৰ্দমা যাম হৈছে যাৰ বাবে এজাক বৰষুণত গুৱাহাটী মহানগৰীত বিভিন্ন ঠাইত দেখাযায় কৃত্ৰিম বানপানী। গুৱাহাটীৰ মহানগৰৰ হোৱা কৃত্ৰিম বানপানী বাবে প্ৰশাসন লগতে সমানে জগৰীয়া মহানগৰবাসী। বৰষুণৰ পাছত গুৱাহাটী পৌৰ নিগমৰ তৎপৰতা সদায় দেখা যায়। বৰষুণৰ পাছত গুৱাহাটী পৌৰ নিগমৰৰ কৰ্মচাৰী সকলে মহানগৰীৰ বিভিন্ন ঠাইত নালা নাৰ্দমা চাফা কাম আৰম্ভ কৰিছে। নালত ওলাইছে অকল প্লাষ্টিকৰ বিভিন্ন ধৰণৰ সামগ্ৰী। এই পালিষ্টিকৰ সামগ্ৰী নালত পেলায় গুৱাহাটী মহানাগৰ বাসিন্দা সকল নালা নাৰ্দমা যাম কৰি পেলায় যাৰ বাবে হয় গুৱাহাটী কৃত্ৰিম বানপানী।

Byte

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.