ETV Bharat / state

পানীত পৰি মৃত্যু হ'ল চিৰিয়াখানাৰ ৰামুৰ

বৃহস্পতিবাৰে পানীত পৰি প্ৰাণ গ'ল চিৰিয়াখানাৰ 7 বছৰীয়া সোণালী বান্দৰ ৰামুৰ

পানীত পৰি মৃত্যু হ'ল চিৰিয়াখানাৰ ৰামুৰ
author img

By

Published : Mar 21, 2019, 6:25 PM IST

21 মাৰ্চ, গুৱাহাটীঃ অসম ৰাজ্যিক চিৰিয়াখানাত সংঘটিত এক মৰ্মান্তিক ঘটনা ৷ বৃহস্পতিবাৰে পানীত পৰি প্ৰাণ গ'ল চিৰিয়াখানাৰ 7 বছৰীয়া সোণালী বান্দৰ ৰামুৰ ৷

etv bharat assam
পানীত পৰি মৃত্যু হ'ল চিৰিয়াখানাৰ ৰামুৰ

প্ৰত্যেক দিনে খেলি থকা স্থানতে মৃত্যুক আকোৱালি ল'লে সোণালী বান্দৰটোৱে ৷ মাত্ৰ দুই বছৰ বয়সতে কোকৰাঝাৰত উদ্ধাৰ হৈছিল এই সোণালী বান্দৰটো আৰু লৈ অহা হৈছিল অসম ৰাজ্যিক চিৰিয়াখানালৈ ৷

ৰাজ্যৰ চৌদিশে হোলীৰ উৎসৱ আনন্দৰ মাজতে অসম ৰাজ্যিক চিৰিয়াখানাত অঘটন ৷ প্ৰাণ গল ৭ বছৰীয়া সোণালী বান্দৰ ৰামুৰ ৷ সদায় খেলি থকা স্হানতে মৃত্যুক আকোৱালি ললে সোনালী বান্দৰটোয়ে ৷ নিজৰ পিঞ্জৰা স্হানৰ কাষতে থকা পানীত পৰি মৃত্যু হল বান্দৰটোৰ ৷
 মাত্ৰ দুই বছৰ বয়সত কোকৰাঝাৰত উদ্ধাৰ হৈছিল এই সোণালী বন্দৰটো ৷ সোণালী বান্দৰটো উদ্ধাৰৰ পাছতে লৈ অহা হৈছিল অসম ৰাজ্যিক চিৰিয়াখানালৈ ৷ বৃহস্পতিবাৰে ৰাতিপুৱা সংঘটিত হয় অঘটনটো ৷

Lipika deka..Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.