ETV Bharat / state

বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদ চিকিৎসাধীন - বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ

চৰকাৰে বিধানসভাৰ  প্ৰাক্তন অধ্যক্ষগৰাকীৰ চিকিৎসাৰ দায়িত্ব লোৱাৰ কথা ঘোষণা কৰিছে যদিও চৰকাৰৰ এই সাহায্য পৰিয়ালে গ্ৰহণ নকৰে বুলি সিদ্ধান্ত লোৱাৰ কথা জানিব পৰা গৈছে । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত কোনো মন্তব্য প্ৰকাশ কৰা নাই পৰিয়ালৰ লোকে।

নেমকেয়াৰ হাস্পাতালৰ আই চি ইউত চিকিৎসাধীন বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদ
author img

By

Published : May 5, 2019, 8:18 PM IST

গুৱাহাটী, ৪ মেঃ গুৰুতৰভাৱে অসুস্থ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদ। দেওবাৰে পুৱা গুৱাহাটী গান্ধীবস্তিস্থিত নিজ গৃহত অসুস্থ হৈ পৰে প্ৰাক্তন অধ্যক্ষগৰাকী ৷ ফলত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় নেমকেয়াৰ হাস্পতালত।

নেমকেয়াৰ হাস্পাতালৰ আই চি ইউত চিকিৎসাধীন বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদ

আনহাতে চৰকাৰে বিধানসভাৰ প্ৰাক্তন অধ্যক্ষগৰাকীৰ চিকিৎসাৰ দায়িত্ব লোৱাৰ কথা ঘোষণা কৰিছে যদিও চৰকাৰৰ এই সাহায্য পৰিয়ালে গ্ৰহণ নকৰে বুলি সিদ্ধান্ত লোৱাৰ কথা জানিব পৰা গৈছে । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত কোনো মন্তব্য প্ৰকাশ কৰা নাই পৰিয়ালৰ লোকে।

Intro:গুৰুতৰ ভাৱে অসুস্থ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদ নেমকেয়াৰ হাস্পাতালৰ অই চি ইউত চিকিৎসাধীন।

Body:গুৰুতৰ ভাৱে অসুস্থ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদক আজি পুৱা ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় নেমকেয়াৰ হাস্পাতালত। প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদ বহু দিন ধৰি অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল। আজি হঠাৎ অসুস্থ হৈ পৰাত বাবে গুৱাহাটী গান্ধীবস্তি স্থিত বাসগৃহ পৰা ততাতৈয়াকৈ লৈ যোৱা হৈ নেমকেয়াৰ হাস্পাতালত। নেমকেয়াৰ হাস্পাতালৰ অই চি ইউত চিকিৎসাধীন হৈ আছে প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদ।

Conclusion:প্ৰাক্তন অধ্যক্ষগৰাকীৰ চিকিৎসাৰ দায়িত্ব ৰাজ্য চৰকাৰে লোৱাৰ কথা ঘোষণা কৰে যদিও চৰকাৰৰ এই সাহাৰ্য গ্ৰহণ নকৰাৰ কথা সদৰী কৰে প্ৰাক্তন অধ্যক্ষগৰাকীৰ পৰিয়ালে। ইফালে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মূখত কোনো মন্তব্য প্ৰকাশ নকৰিলে পৰিয়ালৰ লোকে। মুখ্যমন্ত্ৰীৰ লগতে সমূহ অসমবাসীক প্ৰাক্তন অধ্যক্ষগৰাকীৰ সুস্বাস্থ্যৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাই পৰিয়ালে।

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.