ETV Bharat / state

গুৱাহাটী প্ৰেছ ক্লাবত পৰাগ কুমাৰ দাস সোঁৱৰণি বক্তৃতানুষ্ঠান - গুৱাহাটী প্ৰেছ ক্লাব

এই অনুষ্ঠানত পুনৰবাৰ প্ৰয়াত সাংবাদিকগৰাকীক সকলোৱে স্মৰণ কৰে ।

গুৱাহাটী প্ৰেছ ক্লাবত পৰাগ কুমাৰ দাস সোৱৰণি বক্তৃতানুষ্ঠান
author img

By

Published : May 18, 2019, 9:09 AM IST

গুৱাহাটী, 17 মেঃ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় পৰাগ কুমাৰ দাস সোৱৰণি এক বক্তৃতানুষ্ঠানৰ । মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত পুনৰবাৰ প্ৰয়াত সাংবাদিকগৰাকীক সকলোৱে স্মৰণ কৰে । নিৰ্ভিক,নিৰপেক্ষ সাংবাদিক হিচাপে নিজৰ দায়িত্ব পালন কৰি দুৰ্বৃত্তৰ হাতত প্ৰাণ দিয়া প্ৰয়াত দাসৰ কৰ্মৰাজিৰ ওপৰতো আলোকপাত কৰা হয় এই অনুষ্ঠানত । সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ, ৰাষ্ট্ৰৰ দমন মূলক চৰিত্ৰ আৰু নাগৰিক সমাজৰ ভূমিকা শীৰ্ষক আলোচনা চক্ৰত প্ৰতিগৰাকী লোকে বৰ্তমান সময়ত সংবাদ মাধ্যম আৰু সাংবাদিকৰ জীৱনলৈ অহা ভাবুকিৰ ওপৰত বক্তব্য ৰাখে । এই অনুষ্ঠানত বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁই, জ্যেষ্ঠ সাংবাদিক অজিত ভুঞাৰ লগতে বহু লোক উপস্থিত থাকে ।

Intro:শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় পৰাগ কুমাৰ দাস সোৱৰণি এক বক্তৃতানুষ্ঠানৰ । মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত পুনৰবাৰ প্ৰয়াত সাংবাদিক গৰাকীক স্মৰণ কৰে সকলোৱে । নিৰ্ভিক,নিৰপেক্ষ সাংবাদিক হিচাপে নিজৰ দায়িত্ব পালন কৰি দুৰ্বৃত্তৰ হাতত প্ৰান দিয়া।প্ৰয়াত দাসৰ কৰ্মৰাজিৰ ওপৰতো আলোকপাত কৰা হয় আজিৰ দিনটোতে । সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ, ৰাষ্ট্ৰৰ দমন মূলক চৰিত্ৰ আৰু নাগৰিক সমাজৰ ভূমিকা শীৰ্ষক আলোচনা চক্ৰত প্ৰতি গৰাকী লোকে বৰ্তমান সময়ত সংবাদ মাধ্যম আৰু সাংবাদিকৰ জীৱনলৈ অহা ভাবুকিৰ ওপৰত বক্তব্য ৰাখে । আজিৰ অনুষ্ঠানত বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁই, জ্যেষ্ঠ সাংবাদিক অজিত ভুঞাকে প্ৰমুখ্যে কৰি বহু লোক উপস্থিত থাকে ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.