ETV Bharat / state

ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰোতে সাৱধান! চৰকাৰী কৰ্মচাৰীলৈ চৰকাৰৰ কঠোৰ সকীয়নি

author img

By

Published : Dec 24, 2019, 10:53 PM IST

অসম চৰকাৰে সকলো কৰ্মচাৰীলৈ এক জাননী প্ৰেৰণ কৰিছে ৷ ছ’চিয়েল মিডিয়াত যিকোনো প’ষ্ট নকৰিবলৈ সকীয়নি প্ৰদান কৰিছে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে ৷

যিকোনো প’ষ্ট নকৰিবলৈ সকীয়নি
ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ স্থিতি ৰাজ্য চৰকাৰৰ

গুৱাহাটী,24 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে বিগত কিছুদিনত ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ চৰকাৰে এই বিষয়ত ছ’চিয়েল মিডিয়াত তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিছে ৷ ইতিমধ্যে কটু মন্তব্যৰ অভিযোগত বহুলোকক আটক কৰিছে আৰক্ষী-প্ৰশাসনে ৷ শেহতীয়াকৈ ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে সকলো কৰ্মচাৰীলৈ এই সন্দৰ্ভত এখন জাননী জাৰি কৰিছে ৷

ছ’চিয়েল মিডিয়াত যিকোনো প’ষ্ট নকৰিবলৈ সকীয়নি প্ৰদান কৰিছে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে ৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তে জনসাধাৰণে সংশোধিত নাগৰিকত্ব আইনৰ প্ৰতিবাদ কৰাৰ বাবে এইক্ষেত্ৰত কঠোৰ পদক্ষেপ লৈছে চৰকাৰে ৷ স্মৰ্তব্য যে, এই প্ৰতিবাদৰ বাবেই ৰাজ্যখনত দীৰ্ঘদিন ধৰি ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছিল ৷

লগতে চাওকঃসৰভোগত উপস্থিত ৰণজিৎ কুমাৰ দাসঃ আছুৰ ক'লা পতাকা প্ৰদৰ্শন

Intro:Body:

Assam govt directives to all the govt employees on social media handling, keeping in view of recent violent protests against CAA.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.