গোলাঘাটৰ সুৰা ট্ৰেজেদী সন্দৰ্ভত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ মন্তৱ্য ...
গোলাঘাট সুৰা ট্ৰেজেদী - গোলাঘাট সুৰা ট্ৰেজেদী
চৰকাৰে ৰাজহ পোৱাৰ স্বাৰ্থত যধে মধে লোকেল সুৰাৰ অনুজ্ঞাপত্ৰ দিছেঃ ৰেকিবুদ্দিন আহমেদ
গোলাঘাট সুৰা ট্ৰেজেদী
গোলাঘাটৰ সুৰা ট্ৰেজেদী সন্দৰ্ভত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ মন্তৱ্য ...
Intro:বিষাক্ত সুৰাপান কৰি লোক মৃত্যু হোৱাৰ সন্দৰ্ভত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ মন্ত্যৱ । এই এই খন চৰকাৰে ৰাজহ পোৱাৰ স্বাৰ্থত যধে মধে লোকেল সুৰাৰ অনুজ্ঞাপত্ৰ দিছে । মানুহে সুৰা পান কৰি মৃত্যু হোৱা বা হস্পিতাল যোৱাটো বিচাৰে এই খন চৰকাৰে । কেৱল ৰাজহৰ কথা হে চিন্তা কৰে এইখন চৰকাৰে । আনহাতে বৰ্তমান লৈ বিষাক্ত সুৰাপান কৰি ৯৪ জন মৃত্যু হয় ।
Body:বিষাক্ত সুৰাপান সন্দৰ্ভত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ মন্ত্যৱ
Conclusion:
Body:বিষাক্ত সুৰাপান সন্দৰ্ভত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ মন্ত্যৱ
Conclusion: