নিউজ ডেস্ক,18 জুলাইঃ ৰাজ্যত প্ৰতিদিনে কৰ'ণা আক্ৰান্তৰ সংখ্যা ভয়াবহ ভাবে বৃদ্ধি পাৱলৈ ধৰিছে ৷ ৰাজ্যখনৰ প্ৰতিখন জিলাতে কম-বেছি পৰিমানে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে ৷ শুকুৰবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ 1218 গৰাকীৰ দেহত ক'ভিড-19 পজিটিভ পোৱা গৈছে ৷ ইয়াৰে সৰ্বাধিক 570 গৰাকী আক্ৰান্ত গুৱাহাটী মহানগৰীৰ ৷
-
📌Alert ~ 1218 new #COVID19 ve+ patients in Assam today, with 570 reported from Guwahati City alone
— Himanta Biswa Sarma (@himantabiswa) July 17, 2020 " class="align-text-top noRightClick twitterSection" data="
Please follow strict containment measures to stay safe!
↗️Total cases 21864
↗️Recovered 14105
↗️Active cases 7705
↗️Deaths 51
11:55 PM/July 17/Day's total 1218#AssamCovidCount pic.twitter.com/AmHIriW4pO
">📌Alert ~ 1218 new #COVID19 ve+ patients in Assam today, with 570 reported from Guwahati City alone
— Himanta Biswa Sarma (@himantabiswa) July 17, 2020
Please follow strict containment measures to stay safe!
↗️Total cases 21864
↗️Recovered 14105
↗️Active cases 7705
↗️Deaths 51
11:55 PM/July 17/Day's total 1218#AssamCovidCount pic.twitter.com/AmHIriW4pO📌Alert ~ 1218 new #COVID19 ve+ patients in Assam today, with 570 reported from Guwahati City alone
— Himanta Biswa Sarma (@himantabiswa) July 17, 2020
Please follow strict containment measures to stay safe!
↗️Total cases 21864
↗️Recovered 14105
↗️Active cases 7705
↗️Deaths 51
11:55 PM/July 17/Day's total 1218#AssamCovidCount pic.twitter.com/AmHIriW4pO
ইপিনে সম্প্ৰতি ৰাজ্যত ক'ভিড আক্ৰান্তৰ সংখ্যাই 21,864 অতিক্ৰম কৰাৰ বিপৰীতে 14,105 গৰাকীয়ে আৰোগ্য লাভ কৰিছে ৷ আনহাতে বৰ্তমান পৰ্যন্ত ৰাজ্যত 7,705 গৰাকী ক'ভিড আক্ৰান্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ ইয়াৰ লগে-লগে 51 গৰাকীলোকে মহামাৰী কৰ'ণাৰ ফলত মৃত্যুক আকোঁৱালি লৈছে ৷
লগতে পঢ়কঃ মুখ্যমন্ত্ৰীৰ ঘৰৰ কাষৰ পৰাই গৰু লৈ উধাও চোৰ