ETV Bharat / state

ৰাজ্যত কৰ'ণা আক্ৰান্ত ৰোগীয়ে অতিক্ৰম কৰিলে 2লাখৰ ঘৰ - ৰাজ্য

বৃহস্পতিবাৰৰ নিশালৈকে ৰাজ্যত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা হয়গৈ 2,02,774 গৰাকী ৷ মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ এক তথ্য অনুসৰি ৰাজ্যত ভয়ানক ভাৱে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

ASSAM COVID UPDATE
ৰাজ্যত কৰ'ণা আক্ৰান্ত ৰোগীয়ে অতিক্ৰম কৰিলে 2লাখৰ ঘৰ
author img

By

Published : Oct 22, 2020, 7:07 AM IST

নিউজ ডেস্ক,22অক্টোবৰ: ৰাজ্যত কৰ'ণা আক্ৰান্ত ৰোগীয়ে অতিক্ৰম কৰিলে 2লাখ ঘৰ ৷ বৰ্তমান ৰাজ্যত এই ভাইৰাছত আক্ৰন্ত হোৱা লোকৰ সংখ্যা 2,02,774 গৰাকী আৰু মৃতকৰ সংখ্যা 889 গৰাকীলৈ বৃদ্ধি ৷ ইয়াৰোপৰি, কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে 25,807 গৰাকী আৰু সুস্থ হৈ উঠিছে 1,76,075 গৰাকী ৷ বৃহস্পতিবাৰৰ নিশা মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে এই তথ্য ৷

  • #AssamCovidUpdate

    🙁 7⃣0⃣1⃣ Cases detected out of 42452 tests conducted, with a positivity rate of 1.65%.

    Kamrup M- 147

    🙂 1⃣6⃣6⃣4⃣ patients discharged.

    ↗️Total cases- 202774

    ▶️ Recovered- 86.83%
    ▶️ Active cases- 12.72%
    ▶️ Deaths- 0.44%

    8:55 PM/ Oct 21#StayHomeStaySafe pic.twitter.com/POMPCfzfQL

    — Himanta Biswa Sarma (@himantabiswa) October 21, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে,মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰা অনুসৰি, এতিয়ালৈকে ৰাজ্যত 86'83 শতাংশ লোকে সুস্থ হৈ উঠিছে, 12'72 শতাংশ লোক চিকিৎসাধীন হৈ আছে আৰু মৃত্যুৰ হাৰ 0'44 শতাংশ হৈছেগৈ ৷

অন্য এক খবৰৰ বাবে: সদিচ্ছাৰ অভাৱত ছয় দশক ধৰি উত্তপ্ত অসম তথা উত্তৰ-পূবৰ সীমান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.