ETV Bharat / state

অসমত COVID-19ৰ শেহতীয়া স্থিতি

author img

By

Published : Jun 6, 2020, 12:26 AM IST

অসমত নতুনকৈ 90 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছ ৷ ইয়াৰ লগে লগে অসমত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে 2243 জনলৈ ৷

অসমত  COVID-19ৰ শেহতীয়া স্থিতি
অসমত COVID-19ৰ শেহতীয়া স্থিতি

নিউজ ডেস্ক, 5 জুনঃ অসমত পুনৰ 90 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছ ৷ ইয়াৰ ফলত অসমত মুঠ আক্ৰান্তৰ সংখ্যা 2243 লৈ বৃদ্ধি পাইছে ৷ বৰ্তমানলৈ অসমত আৰোগ্য হৈ উঠিছে 509 গৰাকী লোক, তাৰ বিপৰীতে মৃত্যু হৈছে 04 গৰাকী লোকৰ আৰু সক্ৰিয় কেচ আছে 1727 টা ৷ প্ৰায় 11.30 মান বজাত টুইটৰ জৰিয়তে এই কথা প্ৰকাশ কৰে অসমৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

  • 📌Alert ~ 90 new cases of #COVID19+

    37 Dhubri, 15 D Hasao, 7 K'ganj, 7 Cachar, 7 Baksa, 6 H'kandi, 3 Udalguri, 2 S Salmara, 2 Dhemaji, 1 each Nalbari/Barpeta/Bongaigaon/Chirang

    ↗️Total cases 2243
    ↗️Recovered 509
    ↗️Active cases 1727
    ↗️Deaths 04

    11:05 PM/June 5/Day's total 128 pic.twitter.com/YEfgbhv7ls

    — Himanta Biswa Sarma (@himantabiswa) June 5, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, নতুনকৈ আক্ৰান্ত 90 গৰাকী লোকৰ ভিতৰত আছে- ধুবুৰীৰ 37 জন, ডিমা হাচাওৰ 15 জন, কৰিমগঞ্জ, কাছাৰ আৰু বাক্সাৰ 7 জনকৈ, হাইলাকান্দিৰ 6 জন, ওদালগুৰিৰ 3 জন, ধেমাজি আৰু দক্ষিণ শালমাৰাৰ 2 জনকৈ, নলবাৰী, বৰপেটা, বঙাইগাঁও, চিৰাং জিলাৰ 1 জনকৈ লোক ৷

লগতে পঢ়কঃ কৰ'ণা মুক্ত ঘোষণা ফিজি,দেশখনত ৯২ শতাংশ সম্পূৰ্ণ হৈ উঠিছে কৰ'ণা পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.