২৬টা বিষয়ৰ ওপৰত অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জনালে সংবাদ মাধ্যমক
- ASSAM STATE INDUSTRIAL POLICYত কেবিনেটৰ অনুমোদন
- চাহ বাগিচাৰ পৰিয়ালে পাব বিনামূল্যে ২কেজি চেনী প্ৰতিমাহে
- ৱাৰ্ড কমিশ্যনাৰৰ নিৰ্বাচন খেলিবলৈ দুই সন্তানত কৈ অধিক থাকিব নালাগিব
- উচ্চতৰ মাধ্যমিক পাছ হ'ব লাগিব প্ৰাৰ্থীজন
- নিৰ্বাচন খেলিবলৈ হ'লে প্ৰাৰ্থীৰ ঘৰত থাকিব লাগিব টয়লেট
- SC, ST ৰ বাবে প্ৰাৰ্থী হ'ব লাগিব দশম শ্ৰেণী উত্তীৰ্ণ
- আগৰ খেতিৰ পৰা আতৰিব একনায়কত্ববাদ
- আগৰ খেতি কৰা আৰু কটাত নাথাকিব নিষেধাজ্ঞা
- ৩৫বিঘালৈকে মাটিত আগৰ ৰোপন আৰু কাটিবলৈ অনুমতি নালাগে
- গোলাঘাটত হ'ব আগৰৰ আন্তৰাষ্ট্ৰীয় ট্ৰেড চেণ্টাৰ
- UPSCৰ আৰ্হিত হ'ব APSCৰ পৰীক্ষা
- ১৯৮৯ চনৰ পিছত APSCৰ আইন সংশোধন
- জলসম্পদ বিভাগৰ 3Fত ৮০জন ASST ENGEENIAR লোৱাত অনুমোদন কেবিনেটৰ
- ৭০জন কনিষ্ঠ অভিযন্তা লোৱাতো অনুমোদন জনালে কেবিনেটে
- আপোন ঘৰ আচনিৰ জৰিয়তে এজন লোকে ২লাখ ৫০হাজাৰ টকাৰ ৰাজসাহাৰ্য পাব
- GMC COMMISSIONERৰ সংখ্যা ৬০লৈ বৃদ্ধিৰ সিদ্ধান্ত কেবিনেটৰ
- পঞ্চায়তৰ দৰমহা পাবলৈ থকা সকলে শীঘ্ৰেই পাব দৰমহা
- পঞ্চায়তৰ সভাপতি,সদস্য,জিলা পৰিষদ সকলোৰে দৰমহা বৃদ্ধি কৰা হৈছে
- অসমৰ নতুন চলচিত্ৰ পলিচীত কেবিনেটৰ অনুমোদন