ETV Bharat / state

২৬টা বিষয়ৰ ওপৰত অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

UPSCৰ আৰ্হিত হ'ব APSCৰ পৰীক্ষা  ১৯৮৯ চনৰ পিছত APSCৰ আইন সংশোধন ...

UPSCৰ আৰ্হিত হ'ব APSCৰ পৰীক্ষা
author img

By

Published : Jul 22, 2019, 9:03 PM IST

Updated : Jul 22, 2019, 10:51 PM IST

২৬টা বিষয়ৰ ওপৰত অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জনালে সংবাদ মাধ্যমক

  • ASSAM STATE INDUSTRIAL POLICYত কেবিনেটৰ অনুমোদন
  • চাহ বাগিচাৰ পৰিয়ালে পাব বিনামূল্যে ২কেজি চেনী প্ৰতিমাহে
  • ৱাৰ্ড কমিশ্যনাৰৰ নিৰ্বাচন খেলিবলৈ দুই সন্তানত কৈ অধিক থাকিব নালাগিব
  • উচ্চতৰ মাধ্যমিক পাছ হ'ব লাগিব প্ৰাৰ্থীজন
  • নিৰ্বাচন খেলিবলৈ হ'লে প্ৰাৰ্থীৰ ঘৰত থাকিব লাগিব টয়লেট
  • SC, ST ৰ বাবে প্ৰাৰ্থী হ'ব লাগিব দশম শ্ৰেণী উত্তীৰ্ণ
  • আগৰ খেতিৰ পৰা আতৰিব একনায়কত্ববাদ
  • আগৰ খেতি কৰা আৰু কটাত নাথাকিব নিষেধাজ্ঞা
  • ৩৫বিঘালৈকে মাটিত আগৰ ৰোপন আৰু কাটিবলৈ অনুমতি নালাগে
  • গোলাঘাটত হ'ব আগৰৰ আন্তৰাষ্ট্ৰীয় ট্ৰেড চেণ্টাৰ
  • UPSCৰ আৰ্হিত হ'ব APSCৰ পৰীক্ষা
  • ১৯৮৯ চনৰ পিছত APSCৰ আইন সংশোধন
  • জলসম্পদ বিভাগৰ 3Fত ৮০জন ASST ENGEENIAR লোৱাত অনুমোদন কেবিনেটৰ
  • ৭০জন কনিষ্ঠ অভিযন্তা লোৱাতো অনুমোদন জনালে কেবিনেটে
  • আপোন ঘৰ আচনিৰ জৰিয়তে এজন লোকে ২লাখ ৫০হাজাৰ টকাৰ ৰাজসাহাৰ্য পাব
  • GMC COMMISSIONERৰ সংখ্যা ৬০লৈ বৃদ্ধিৰ সিদ্ধান্ত কেবিনেটৰ
  • পঞ্চায়তৰ দৰমহা পাবলৈ থকা সকলে শীঘ্ৰেই পাব দৰমহা
  • পঞ্চায়তৰ সভাপতি,সদস্য,জিলা পৰিষদ সকলোৰে দৰমহা বৃদ্ধি কৰা হৈছে
  • অসমৰ নতুন চলচিত্ৰ পলিচীত কেবিনেটৰ অনুমোদন

Intro:Body:

CABINET BREAKING....

২৬টা বিষয়ৰ ওপৰত কেবিনেটৰ সিদ্ধান্ত 

ASSAM STATE INDUSTRIAL POLICYত কেবিনেটৰ অনুমোদন 

চাহ বাগিচাৰ পৰিয়ালে পাব বিনামূল্যে ২কেজি চেনী  প্ৰতিমাহে 

ৱাৰ্ড কমিশ্যনাৰৰ নিৰ্বাচন খেলিবলৈ দুই সন্তানত কৈ অধিক থাকিব নালাগিব 

উচ্চতৰ মাধ্যমিক পাছ হ'ব লাগিব প্ৰাৰ্থী 

প্ৰাৰ্থীৰ ঘৰত থাকিব লাগিব টয়লেট 

SC STৰ বাবে প্ৰাৰ্থী হ'ব লাগিব দশম শ্ৰেণী উত্তীৰ্ণ 

অাগৰ খেতিৰ পৰা আতৰিব একনায়কত্ববাদ 

আগৰ খেতি কৰা আৰু কটাত নাথাকিব নিষেধাজ্ঞা 

৩৫বিঘালৈকে ৰোপন আৰু কাটিবলৈ ল'ব নালাগিব অনুমতি 

গোলাঘাটত হ'ব আগৰৰ আন্তৰাষ্ট্ৰীয় ট্ৰেড চেণ্টাৰ 

UPSCৰ আৰ্হিত হ'ব APSCৰ পৰীক্ষা 

১৯৮৯চনৰ পিছত APSCৰ আইন সংশোধন 

জলসম্পদৰ 3Fত ৮০জন ASST ENGEENIAR আৰু ৭০জন JE লোৱাত কেবিনেটৰ অনুমোদন 

আপোন ঘৰ আচনিৰ জৰিয়তে এজন লোকে ২লাখ ৫০হাজাৰ টকাৰ Subcidy পাব 

GMC COMMISSIONERৰ সংখ্যা ৬০লৈ বৃদ্ধিৰ সিদ্ধান্ত কেবিনেটৰ 

পঞ্চায়তৰ দৰমহা পাবলৈ থকা সকলে শীঘ্ৰেই পাব দৰমহা 

পঞ্চায়তৰ সভাপতি,সদস্য,জিলা পৰিষদ সকলোৰে দৰমহা বৃদ্ধি কৰা হৈছে 

অসমৰ নতুন চলচিত্ৰ পলিচীত কেবিনেটৰ অনুমোদন— চন্দ্ৰমোহন পাটোৱাৰী

Conclusion:
Last Updated : Jul 22, 2019, 10:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.