ETV Bharat / state

শুকুৰবাৰৰ পৰা বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন

author img

By

Published : Jul 25, 2019, 1:52 PM IST

শুকুৰবাৰ অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন ৷

শুকুৰবাৰৰ পৰা বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন
  • এইবাৰৰ অধিৱেশন হ’ব ছয়দিনীয়া
  • এক্ট ইষ্ট পলিচি সন্দৰ্ভত সদনৰ বাহিৰত মঙলবাৰে হ’ব এখন বৈঠক
  • বৰাক উপত্যকাৰ উন্নয়নক লৈ অধ্যক্ষৰ উদ্যোগত হ’ব সদনত বিশেষ আলোচনা
  • শিশু, বিকাশ, মহিলাৰ নিৰাপত্তা সন্দৰ্ভতো হ’ব আলোচনা
  • বুধবাৰে হ’ব বিধান সভাৰ উপাধ্যক্ষৰ নিৰ্বাচন জনালে অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে
  • ইফালে, বান সাহাৰ্যৰ বাবে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ বিধান সভাৰ অধ্যক্ষই আগবঢ়ালে এমাহৰ দৰমহা
  • বিধানসভা সচিবালয়ৰ সকলো কৰ্মচাৰীয়েও আগবঢ়ালে এদিনৰ দৰমহা
  • সকলো বিধায়কক মুখ্যমন্ত্ৰী সাহায্য পুঁজি টনকিয়াল কৰাৰ আহ্বান অধ্যক্ষৰ

Intro:# শুক্ৰবাৰৰ পৰা বিধান সভাৰ গ্ৰীষ্মকালীন অধিৱেশন
এইবাৰৰ অধিৱেশন হব ছয়দিনীয়া
এক্ট ইষ্ট পলিচি সন্দৰ্ভত সদনৰ বাহিৰত মঙলবাৰে হব এখন বৈঠক
বৰাক উপত্যকাৰ উন্নয়নক লৈ অধ্যক্ষ উদ্যোগত হব সদনত বিশেষ আলোচনা
শিশু বিকাশ, মহিলাৰ নিৰাপত্তা সন্দৰ্ভতো হব আলোচনা
বুধবাৰে হব বিধান সভাৰ
উপাধ্যক্ষৰ নিৰ্বাচন
জনালে অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে
Body:# বান সাহাৰ্য্যৰ বাবে মুখ্যমন্ত্ৰী সাহাৰ্য পূজিলৈ বিধান সভাৰ অধ্যক্ষ ই আগবঢ়ালে এমাহৰ দৰমহা
বিধান সভা সচিবালয়ৰ সকলো কৰ্মচাৰীয়েও আগবঢ়ালে এদিনৰ দৰমহা
সকলো বিধায়ককো মুখ্যমন্ত্ৰী সাহায্য পূজি টনকিয়াল কৰাৰ আহ্বান অধ্যক্ষৰConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.