গুৱাহাটী, ৪জুনঃ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ হিচাপে জয় হোৱা পিছত বিধায়কৰ পদ ত্যাগ কৰিলে নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকে । বিধায়ক হিচাপে পদত্যাগ পত্ৰ দাখিল কৰিবলৈ বিধানসভাৰ অধ্যক্ষৰ কক্ষত উপস্থিত হয় কংগ্ৰেছৰ নৱ নিৰ্বাচিত সাংসদগৰাকী । ইয়াৰ লগতে সমষ্টিবাসীক ধন্যবাদ জনালে খালেকে ৷
লগতে আন এটা বাতৰি- কি হ'ব এচপি- বিএচপিৰ মিত্ৰতা!