ETV Bharat / state

কৃষকসকলৰ বাবে চৰকাৰে একোৱেই কৰিব পৰা নাইঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য - ছোৱাইন ফিভাৰত আক্ৰান্ত

অসম চৰকাৰ তথা কৃষি বিভাগে কৃষক সকলৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া পুতৌজনক বুলি মন্তব্য কৰিছে মুখপাত্ৰ গৰাকীয়ে। লগতে অসম ৰাজ্যিক বিপণন পৰিষদৰ জৰিয়তে কৃষকৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰি জিলাই জিলাই উৎপাদিত সামগ্ৰী সমূহ চৰকাৰে বিক্ৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনালে মুখপাত্ৰ গৰাকীয়ে।

Apurba Kumar Bhattacharya reaction on State government
ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ
author img

By

Published : Apr 26, 2020, 5:26 PM IST

Updated : Apr 26, 2020, 5:32 PM IST

গুৱাহাটী, 26 এপ্ৰিল: চৰকাৰৰ বৰ্তমান স্থিতিৰ লগতে অসমৰ জনসাধাৰণৰ বাবে ল'ব লগীয়া ব্যৱস্থা সমূহক লৈ অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টচাৰ্যৰ প্ৰতিক্ৰিয়া । বি জে পি নেতৃত্বাধীন চৰকাৰখনে এই অভাৱনীয় পৰিস্থিতিত কৃষকসকলৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল সেই অনুপাতে ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ ৷ লগতে অসম চৰকাৰ তথা কৃষি বিভাগে কৃষকসকলৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া পুতৌজনক বুলি মন্তব্য কৰিছে মুখপাত্ৰ গৰাকীয়ে। লগতে অসম ৰাজ্যিক বিপণন পৰিষদৰ জৰিয়তে কৃষকৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰি জিলাই জিলাই উৎপাদিত সামগ্ৰী সমূহ চৰকাৰে বিক্ৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনালে মুখপাত্ৰ গৰাকীয়ে।

কৃষকসকলৰ বাবে চৰকাৰে একোৱেই কৰিব পৰা নাইঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

লগতে চৰকাৰে কৃষকসকলক বিনামূলীয়াকৈ উন্নত মানৰ বীজ,ডিজেল আৰু সাৰ যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অসমত খাদ্য সংকটৰ ফলত অনাগত দিনত অৰাজকতাই দেখা দিব বুলি মন্তব্য কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ ৷ আনহাতে ৰাজ্যত ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ বহু গাহৰিৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভতো মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে ৷ আগতীয়াকৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰি 1964 টা গাহৰি মৃত্যু হোৱালৈ কৃষি তথা পশুধন বিভাগৰ মন্ত্ৰী অতুল বৰা কিয় ৰৈ আছিল বুলি প্ৰশ্ন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ মুখপাত্ৰ গৰাকীৰ আহ্বান,পৰিকল্পনা অনুযায়ী কাম কৰক চৰকাৰে অন্যথা সাধাৰণ ৰাইজে নাখায় মৰিব লাগিব ৷

লগতে পঢ়কঃ হাইলাকান্দিত খাদ্য সুৰক্ষাৰ চাউলৰ নামত কেলেংকাৰী

Last Updated : Apr 26, 2020, 5:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.