- মহানগৰীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ ক'ৰ কমিটিৰ জৰুৰীকালীন বৈঠক
- বৈঠকত উপস্থিত থাকে তৰুণ গগৈ, ৰিপুন বৰা আৰু ৰকিবুল হুছেইন
- কেবাজনো কংগ্ৰেছ নেতাৰ বিজেপিত যোগদানৰ পিচতে এই বৈঠক
- কংগ্ৰেছ দলত কোনো খহনীয়া হোৱা নাইঃ ৰিপুন বৰা
- সুবিধাবাদীসকল গৈছে আৰু যাব বিছাৰিলে যাব পাৰেঃ ৰিপুন বৰা
- ভূৱনেশ্বৰ কলিতা যোগদানত কিয় অমিত শ্বাহ নাথাকিলঃ ৰিপুন বৰা
- আমাৰ মাজত থকা বেয়া তেজ আঁতৰি গৈছেঃ ৰিপুন বৰা
- ছোনিয়া গান্ধীক দলৰ অন্তৱৰ্তীকালীন সভানেত্ৰী হোৱাৰ বাবে অভিনন্দন
- ৰাহুল গান্ধীয়ে দলক পুনৰুত্থান কৰাৰ বাবে লোৱা পদক্ষেপক অভিনন্দন
- আগন্তক 19আগষ্টত ৰাজীৱ গান্ধীৰ জন্মজয়ন্তীত ৰাজ্যজুৰি সদ্ভাৱনা যাত্ৰাকংগ্ৰেছত কোনো খহনীয়া হোৱা নাইঃ ৰিপুন বৰা
কংগ্ৰেছত কোনো খহনীয়া হোৱা নাইঃ ৰিপুন বৰা - সদ্ভাৱনা যাত্ৰা
শেহতীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কেবাগৰাকীও জ্যেষ্ঠ নেতাই বিজেপিত যোগদান কৰিছে ৷ অন্যহাতে নতুন দিল্লীয়ে ছোনিয়া গান্ধীক পুনৰ অন্তৱৰ্তীকালীন সভানেত্ৰী হিচাপে দ্বায়িত্বভাৰ অৰ্পন কৰিছে ৷ এনে পৰিপ্ৰেক্ষিতত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ আহ্বানত দেওবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত হৈ যায় এখন সংবাদ মেল ৷ সংবাদ মেলত কংগ্ৰেছ দলত কোনো খহনীয়া হোৱা নাই আৰু আদৰ্শগত কংগ্ৰেছ কৰ্মীয়ে দল এৰি নাযায় বুলি কৌশলপূৰ্ণ প্ৰত্যুত্তৰ দিয়ে সভাপতিগৰাকীয়ে ৷
![কংগ্ৰেছত কোনো খহনীয়া হোৱা নাইঃ ৰিপুন বৰা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4108847-thumbnail-3x2-0.jpg?imwidth=3840)
কংগ্ৰেছত কোনো খহনীয়া হোৱা নাইঃ ৰিপুন বৰা
- মহানগৰীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ ক'ৰ কমিটিৰ জৰুৰীকালীন বৈঠক
- বৈঠকত উপস্থিত থাকে তৰুণ গগৈ, ৰিপুন বৰা আৰু ৰকিবুল হুছেইন
- কেবাজনো কংগ্ৰেছ নেতাৰ বিজেপিত যোগদানৰ পিচতে এই বৈঠক
- কংগ্ৰেছ দলত কোনো খহনীয়া হোৱা নাইঃ ৰিপুন বৰা
- সুবিধাবাদীসকল গৈছে আৰু যাব বিছাৰিলে যাব পাৰেঃ ৰিপুন বৰা
- ভূৱনেশ্বৰ কলিতা যোগদানত কিয় অমিত শ্বাহ নাথাকিলঃ ৰিপুন বৰা
- আমাৰ মাজত থকা বেয়া তেজ আঁতৰি গৈছেঃ ৰিপুন বৰা
- ছোনিয়া গান্ধীক দলৰ অন্তৱৰ্তীকালীন সভানেত্ৰী হোৱাৰ বাবে অভিনন্দন
- ৰাহুল গান্ধীয়ে দলক পুনৰুত্থান কৰাৰ বাবে লোৱা পদক্ষেপক অভিনন্দন
- আগন্তক 19আগষ্টত ৰাজীৱ গান্ধীৰ জন্মজয়ন্তীত ৰাজ্যজুৰি সদ্ভাৱনা যাত্ৰাকংগ্ৰেছত কোনো খহনীয়া হোৱা নাইঃ ৰিপুন বৰা
Intro:মহানগৰীৰ ৰাজীৱ ভৱনত ক'ৰ কমিটি ৰ জৰুৰীকালীন ব্যৰ্থক । বিজেপিত কেইবাজনো নেতাৰ যুগদাৰ পিছতে এই বথ্যক ।
• Body:ব্যৰ্থকৰ অন্তত সভাপতি ৰিপুন বৰাৰ সংবাদমেল -
আমাৰ কোনো খহনীয়া হোৱা নাই,
ভূৱনেশ্বৰ কলিতা যোগদানত কিয় অমিত শ্বাহ নাথাকিল
সুবিধাবাদী সকল দলৰ পৰা গৈছে
আৰু কোনোবা যাব বিছাৰিলে যাব পাৰে
যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ দি দল শক্তিশালী কৰা হব
ধানৰ পতান বোৰ উৰি গৈছে: ৰিপুন বৰা
• ভুৱেনেশ্বৰ কলিতা যে প্ৰকৃত নেতা নাছিল সেয়া সন্দেহ নাই।
যি যাব বিচাৰিছে যাব পাৰে ।
আমাৰ মাজত থকা বেয়া তেজ আঁতৰি গৈছে ।
*তৰুণ গগৈ*Conclusion:• লগতে ক'ৰ কমিটি ৰ বৈঠক অন্তত
ছোনিয়া গান্ধীক অন্তৱৰ্তীকালীন দলৰ সভানেত্ৰী হোৱাৰ বাবে অভিনন্দন ৰিপুন বৰাৰ ।
* প্ৰদেশ কংগ্ৰেছে ৰাহুল গান্ধীয়ে দলক পুনৰুত্থান কৰাৰ বাবে লোৱা পদক্ষেপক অভিনন্দন জনালে প্ৰদেশ কংগ্ৰেছে ।
আগন্তক 19আগষ্ট ত ৰাজীৱ গান্ধীৰ জন্মজয়ন্তীত ৰাজ্যজুৰি হব সদ্ভাৱনা যাত্ৰাঅনুষ্ঠিত কৰিব অসম প্ৰদেশ কংগ্ৰেছে ।
সেই দিনা বন্তি প্ৰজ্বলন কৰি সমদল
20আগষ্ট ত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা হব
উপস্থিত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ,অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা,বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইন প্ৰমুখ্যে বহু কেইগৰাকী দলৰ নেতা কৰ্মী উপস্থিত