ETV Bharat / state

উঃমাঃ প্ৰথমবৰ্ষৰ সকলো শিক্ষাৰ্থীকে উত্তীৰ্ণ ঘোষণা শিক্ষা সংসদৰ - উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থী

অসম মাধ্যমিক শিক্ষা সংসদে আনুষ্ঠানিক ঘোষণা আগবঢ়ালে । দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ ঘোষণা কৰিলে প্ৰথম বৰ্ষৰ সকলো শিক্ষাৰ্থীকে।

উঃমাঃ প্ৰথম বৰ্ষৰ সকলো শিক্ষাৰ্থীকে উত্তীৰ্ণ ঘোষণা  শিক্ষা সংসদৰ

author img

By

Published : Apr 24, 2020, 12:29 PM IST

গুৱাহাটী, 24 এপ্ৰিলঃ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থী সকলৰ বাবে ভাল খবৰ । নষ্ট নহ'ল এটা শিক্ষাবৰ্ষ । সকলো ছাত্ৰ-ছাত্ৰীকে উঃমাঃ প্ৰথম বৰ্ষৰ পৰা দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ ঘোষণা কৰিলে ।

announcement for hs1st year by AHSEC
শিক্ষা সংসদৰ আনুষ্ঠানিক ঘোষণা পত্ৰ

এতিয়াৰে পৰা ছাত্ৰ ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অফিচিয়েল পেজত বহু কেইটা বিষয় অনলাইন শিক্ষা গ্ৰহণ কৰিব পৰিব। লগতে দ্বিতীয় বৰ্ষৰ বাবে সকলো বিষয় অনলাইনত অধ্যয়ন কৰিব পাৰিব ।

লগতে পঢ়কঃ টীয়কত চৰকাৰী সাহাৰ্য লাভৰ পৰা বঞ্চিত শ্ৰমিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.