ETV Bharat / state

অব্যাহত প্ৰাক্তনমন্ত্ৰী ৰকিবুল হুছেইন আৰু অনিল ৰাজাৰ আইনী যুঁজ

author img

By

Published : Mar 2, 2019, 2:50 PM IST

পূৰ্বৰ দৰে আজিও আদালতত উপস্থিত নহ'ল অনিল ৰাজা

আদালতত উপস্থিত নহ'ল অনিল ৰাজা

গুৱাহাটী, ২ মাৰ্চ : কংগ্ৰেছ দলৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু অনিল ৰাজাৰ মাজত অব্যাহত আছে আইনী যুঁজ । নিজ দলৰে প্ৰাক্তন নেতা অনিল ৰাজাই প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অনা দুৰ্নীতিৰ অভিযোগৰ ভিত্তিতে দুই নেতাৰ মাজত চলি আছে আইনী যুঁজ । শনিবাৰে এই আইনী যুঁজৰ তাৰিখ আছিল যদিও পূৰ্বৰ কেইবাৰৰ দৰে আজিও আদালতত উপস্থিত নহ'ল অনিল ৰাজা ।

আদালতত উপস্থিত নহ'ল অনিল ৰাজা
উল্লেখ্য যে, প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কংগ্ৰেছৰে নেতা অনিল ৰাজাই বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি চৰকাৰলৈ প্ৰেৰণ কৰিছিল পত্ৰ । তাৰ পাচতে অনিল ৰাজাৰ পত্ৰৰ ভিত্তিত বৰ্তমানৰ চৰকাৰখনে ৰকিবুল হুছেইনৰ সম্পত্তিৰ তদন্তও কৰিছিল । কিন্তু অনিল ৰাজাই উত্থাপন কৰা সকলো অভিযোগ মন্ত্ৰীগৰাকীয়ে অস্বীকাৰ কৰি লগতে অনিল ৰাজাক তেওঁৰ অভিযোগ আদালতত প্ৰমাণ কৰিবলৈ দাবী জনাই অনিল ৰাজাৰ ওপৰত গোচৰ ৰুজু কৰিছিল ৰকিবুল হুছেইনে ।

Intro:প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু অনিল ৰজাৰ আইনী যুজঁ অব্যাহত। শনিবাৰে আদালতত হাজিৰ হ'ল ৰকিবুল হুছেইন কিন্তু পূৰ্বৰ অন্যান্য তাৰিখৰ দৰে আজিও নাহিল অনিল ৰাজা।

Body:কংগ্ৰেছ দলৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু অনিল ৰাজাৰ আইনী যুজঁ অব্যাহত আছে। নিজ দলৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ওপৰত কংগ্ৰেছৰে নেতা অনিল ৰজাই উত্থাপন কৰিছিল বিভিন্ন দুৰ্নীতিৰ অভিযোগ। ৰকিবুল হুছেইন কংগ্ৰেছৰ মন্ত্ৰী হৈ থকাৰ সময়ত বিভিন্ন দুৰ্নীতিত লিপ্ত হৈ বিশাল সম্পত্তিৰ গৰাকী হোৱাৰ অভিযোগ উত্থাপন কৰি অনিল ৰাজাই এখন বৰ্তমানৰ চৰকাৰখনক এখন পত্ৰ লিখিছিল। অনিল ৰাজাৰ পত্ৰৰ ভিত্তিত বৰ্তমানৰ চৰকাৰখনে ৰকিবুল হুছেইনৰ সম্পত্তিৰ তদন্তও কৰিছিল। অনিল ৰাজাই প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক সাঙুৰি উত্থাপন কৰা সকলো অভিযোগ মন্ত্ৰী গৰাকীয়ে অস্বীকাৰ কৰাৰ লগতে অনিল ৰাজাক তেওঁৰ অভিযোগ আদালতত প্ৰমাণ কৰিবলৈ দাবী জনাই অনিল ৰাজাৰ ওপৰত গোচৰ ৰুজু কৰিছিল। ৰকিবুল হুছেইন আৰু অনিল ৰাজাৰ আইনী যুজঁ আদালতত বিচাৰধীন হৈ আছে। শনিবাৰে এই আইনী যুঁজৰ তাৰিখ আছিল আৰু ৰকিবুল হুছেইন আদালতত হাজিৰ হয় যদিও অনিল ৰাজা আদালতত অনুপস্থিত থাকে। ইয়াৰ পূৰ্বেও কেইবাবাৰো অনিল ৰাজা আদালতত অনুপস্থিত আছিল। অনিল ৰাজা আদালতত অনুপস্থিত থকাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে অনিল ৰজাক তীব্ৰ সমালোচনা কৰে।

বাইট : ৰকিবুল হুছেইন

Conclusion:উল্লেখ্য যে অনিল ৰাজা নিজ দলৰে নেতা ৰকিবুল হুছেইনৰ ওপৰত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি দলৰ পৰা বহিষ্কৃত হৈছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.