ETV Bharat / state

গুৱাহাটীৰ লাচিতপুৰত শোকাৱহ পথ দুৰ্ঘটনা

author img

By

Published : Aug 7, 2020, 4:34 PM IST

আমিনগাঁৱৰ লাচিতপুৰত সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা । দুখনকৈ বাইকৰ মাজত সংঘটিত হৈছে মুখামুখি সংঘৰ্ষ ৷

amingaon-road-accident
গুৱাহাটীৰ লাচিতপুৰত শোকাৱহ পথ দুৰ্ঘটনা

গুৱাহাটী, 7 আগষ্ট : গুৱাহাটীৰ আমিনগাঁৱৰ লাচিতপুৰত সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা । দুখনকৈ বাইকৰ মাজত সংঘটিত হৈছে মুখামুখি সংঘৰ্ষ ৷ AS-25-Q-4876 নম্বৰৰ পালচাৰ আৰু AS-25-D-4093 নম্বৰৰ এখন গ্লেমাৰ বাইকৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা । এই শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় পালচাৰ বাইকখনৰ আৰোহী । নিহত যুৱকজন দদৰাৰ বিতুপন দাস বুলি চিনাক্ত কৰা হৈছে ।

গুৱাহাটীৰ লাচিতপুৰত শোকাৱহ পথ দুৰ্ঘটনা

আনহাতে গুৰুতৰভাৱে আহত পালচাৰ বাইকৰ আনজন আৰোহী অঙ্কুৰ দাসক আয়ুৰসুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ এই দুৰ্ঘটনাৰ পাছতেই অঞ্চলজুলি চেপা উত্তেজনাই বিৰাজ কৰে ৷

লগতে পঢ়ক : পুনৰ নাকচ অখিল গগৈৰ জামিন আবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.