ETV Bharat / state

অসমীয়া ভাষাৰ প্ৰসাৰৰ দাবীত সদৌ অসম উন্নয়ন পৰিষদৰ সংবাদমেল - অসমীয়া ভাষাৰ প্ৰসাৰৰ দাবীত সদৌ অসম উন্নয়ন পৰিষদৰ সংবাদমেল

ইয়াৰোপৰি বৰাকৰ বঙালী নেতা প্ৰদীপ দত্ত ৰয়ে বিভিন্ন সময়ত অসমীয়া ভাষাৰ ওপৰত বিৰূপ মন্তব্য কৰি আহিছে। এই ক্ষেত্ৰত সংগঠনটোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, বাঙালী স্বয়ম্ভূ নেতা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতো চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই।

অসমীয়া ভাষাৰ প্ৰসাৰ বাবে সদৌ অসম উন্নয়ন পৰিষদ
অসমীয়া ভাষাৰ প্ৰসাৰ বাবে সদৌ অসম উন্নয়ন পৰিষদ
author img

By

Published : Jan 28, 2020, 4:31 AM IST

গুৱাহাটী, 28 জানুৱাৰীঃ অসমত অসমীয়া ভাষা প্ৰয়োগৰ বাবে এতিয়া সৰৱ হৈ পৰিছে সদৌ অসম উন্নয়ন পৰিষদ

" ৰাজ্যখনৰ প্ৰতিটো চুকে-কোণে কেৱল অসমীয়া ভাষাই প্ৰাধান্য পাব লাগিব। কোনোৱে অসমীয়া ভাষাক অৱহেলিত কৰিলে শাস্তিৰ সন্মুখীন হ'ব।" সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে সদৌ অসম উন্নয়ন পৰিষদৰ নেতৃত্বই। সংবাদমেলখনত প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে এতিয়াৰে পৰা অসমীয়া ভাষাৰ ফলক লগাব লাগিব বুলি সকীয়াই দিয়ে সংগঠনটোৰ সদস্যসকলে। আনহাতে চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা নল'লে সদৌ অসম উন্নয়ন পৰিষদে নিজাববীয়াকৈ কঠোৰ পদক্ষেপ হাতত লোৱাৰ হুংকাৰ দিয়ে ।

সদৌ অসম উন্নয়ন পৰিষদ

লগতে পঢ়কঃ শ্বাৰ্জীল ইমামৰ মন্তব্যক সমৰ্থন কৰা হীৰেণ গোহাঁইক লৈ সৰৱ বিজেপি সংখ্যালঘু মৰ্চাৰ নেতা মমিনুল আৱাল

ইয়াৰোপৰি বৰাকৰ বঙালী নেতা প্ৰদীপ দত্ত ৰয়ে বিভিন্ন সময়ত অসমীয়া ভাষাৰ ওপৰত বিৰূপ মন্তব্য কৰি আহিছে। এই ক্ষেত্ৰত সংগঠনটোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, বাঙালী স্বয়ম্ভূ নেতা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতো চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই। চৰকাৰৰ এনে প্ৰতিক্ৰিয়াৰ ওপৰত সৰৱ হৈ শীঘ্ৰেই বাঙালী নেতাগৰাকীৰ ঘৰ ঘেৰাও কৰিব বুলি সকিয়াই দিয়ে সংগঠনটোৰ নেতৃত্বই।

Intro:অসমত অসমীয়া ভাষা প্ৰয়োগৰ বাবে এতিয়া সৰৱ হৈ পৰিছে সদৌ অসম উন্নয়ন পৰিষদ। ৰাজ্যৰ সকলো ঠাইতে অসমীয়া ভাষাই পাব লাগিব প্ৰাধান্য। কোনোৱে অসমীয়া ভাষাক অৱহেলিত কৰিলে শাস্তিৰ সন্মুখীন হ'ব। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে সদৌ অসম পৰিষদ। প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে এতিয়াৰে পৰা অসমীয়া ভাষাৰ ফলক লগাব লাগিব বুলি সকীয়াই দিয়ে। চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা নল'লে সদৌ অসম উন্নয়ন পৰিষদে নিজাববীয়াকৈ কঠোৰ পদক্ষেপ হাতত লোৱাৰ হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃত্বই। ইফালে বৰাকৰ বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ে বিভিন্ন সময়ত অসমীয়া ভাষাৰ ওপৰত বিৰূপ মন্তব্য কৰি আহিছে। এই ক্ষেত্ৰত সংগঠনটোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, বাঙালী স্বয়ম্ভূ নেতা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পিছতো চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই। বাঙালী নেতাগৰাকীৰ ঘৰ ঘেৰাও কৰিব বুলি সকিয়াই দিয়ে সংগঠনটোৰ নেতৃত্বই।

Body:Hirul haque

Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.