ETV Bharat / state

আছুক উভতি ধৰিলে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে

author img

By

Published : Sep 4, 2019, 9:08 AM IST

" সদৌ অসম ছাত্ৰ সন্থাৰ ষড়যন্ত্ৰৰ বলি হ'ল হিন্দু বঙালী ৷ লাখ লাখ হিন্দু বঙালীৰ বিৰুদ্ধে আপত্তি দৰ্শাই ষড়যন্ত্ৰ কৰিলে আছুৱে " ৷ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছতেই আছুৰ বিৰুদ্ধে সৰৱ হ'ল সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচন আৰু অসম অনুসূচীত জাতি সুৰক্ষা পৰিষদ ৷

আছুক উভতি ধৰিলে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে

গুৱাহাটী, 04 ছেপ্তেম্বৰঃ " সদৌ অসম ছাত্ৰ সন্থাৰ ষড়যন্ত্ৰৰ বলি হ'ল হিন্দু বঙালী ৷ লাখ লাখ হিন্দু বঙালীৰ বিৰুদ্ধে আপত্তি দৰ্শাই ষড়যন্ত্ৰ কৰিলে আছুৱে " ৷ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছতেই আছুৰ বিৰুদ্ধে যৌথ সংবাদমেল পাতি এনেদৰে সৰৱ হ'ল সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচন আৰু অসম অনুসূচীত জাতি সুৰক্ষা পৰিষদ ৷ সংবাদমেলত সংগঠন দুটাই প্ৰায় 11 লাখ হিন্দু বঙালী আৰু অনুসূচীত জাতিৰ লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে বুলি অভিযোগ কৰে ৷ লগতে এই ক্ষেত্ৰত এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাৰ ভূমিকাক সমালোচনা কৰি সংগঠন দুটাই এন আৰ চিৰ পুনৰীক্ষণ কৰি যি সকল স্বদেশীৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে সেই সকলৰ নাম বিনাচৰ্তে অন্তৰ্ভুক্ত কৰিব লাগে বুলিও দাবী উত্থাপন কৰে ৷

Intro:NRC তালিকা প্ৰকাশক লৈ সদৌ অসম বঙালী যোৱা যুৱ ছাত্ৰ ফেডাৰেচন আৰু অসম অনুসূচীত জাতি সুৰক্ষা পৰিষদৰ যৌথ সংবাদমেল । প্ৰতীক হাজেলা আৰু আছুৰ বিৰুদ্ধে সৰৱ সদৌ অসম বঙালী যোৱা যুৱ ছাত্ৰ ফেডাৰেচন। সদৌ অসম বঙালী যোৱা যুৱ ছাত্ৰ ফেডাৰেচন দাবী কৰা অনুসৰি প্ৰায় 11 লাখ হিন্দু বঙালী আৰু অনুসূচীতলোকৰ নাম বাদ পৰিছে NRC পৰা ।

Body:আছুৱে ষড়যন্ত্ৰ বলি হল বহু হিন্দু বঙালী। লাখ লাখ হিন্দু বঙালীৰ বিৰুদ্ধে objection আনি ষড়যন্ত্ৰ কৰিলে আছু ৱে। আছুৰ জিলা সম্পাদকে কৰিছিল বহু হিন্দু বঙালী বিৰুদ্ধে objection। প্ৰতীক হাজেলাক আঁতৰাই আন বিষয়াৰ দলক দায়িত্ব দিয়াৰ দাবী সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ।

Conclusion:NRC পুননিৰীক্ষণ হব লাগে আৰু যি সকল স্বদেশী নাম বাদ পৰিছে সেইসকলৰ নাম বিনা চৰ্তত নাম অন্তৰ্ভুক্ত হব লাগে বুলি দাবী উত্থাপন কৰে সদৌ অসম বঙালী যোৱা যুৱ ছাত্ৰ ফেডাৰেচনে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.