- চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী থানাত কৃষকমুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ
- চুপাৰিৰ লগত সোণ, অস্ত্ৰ আৰু ড্ৰাগছ সৰবৰাহ কৰে বুলি অভিযোগ অখিল গগৈৰ
- জব্দকৃত ট্ৰাকৰ পৰা আৰক্ষীয়ে পইচা লোৱাৰ অভিযোগ অখিল গগৈৰ
- জব্দকৃত ২৬খন চুপাৰি ট্ৰাক বাৰমিজ চুপাৰি বুলি দাবী কৰে অখিলে
- অতি শীঘ্ৰে চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে দিয়া গোচৰ পঞ্জীয়ন কৰিবলৈ দাবী অখিলৰ
- যদিহে এজাহাৰ পঞ্জীয়ন নকৰে তেন্তে অচিৰেই আদালতৰ কাষ চাপিব বুলি সংবাদমেলযোগে মন্তব্য অখিল গগৈৰ
চুপাৰি ছিণ্ডিকেট সন্দৰ্ভত সৰৱ অখিল গগৈ
চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে গুৱাহাটীত কৃষকমুক্তি সংগ্ৰাম সমিতিৰ সভাপতি অখিল গগৈৰ সংবাদমেল ৷ চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ পঞ্জীয়ন নকৰাক লৈ সৰৱ অখিল গগৈ ৷ অতি শীঘ্ৰে চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে দিয়া গোচৰ পঞ্জীয়ন কৰিবলৈ দাবী অখিলৰ ৷
চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ
- চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী থানাত কৃষকমুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ
- চুপাৰিৰ লগত সোণ, অস্ত্ৰ আৰু ড্ৰাগছ সৰবৰাহ কৰে বুলি অভিযোগ অখিল গগৈৰ
- জব্দকৃত ট্ৰাকৰ পৰা আৰক্ষীয়ে পইচা লোৱাৰ অভিযোগ অখিল গগৈৰ
- জব্দকৃত ২৬খন চুপাৰি ট্ৰাক বাৰমিজ চুপাৰি বুলি দাবী কৰে অখিলে
- অতি শীঘ্ৰে চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে দিয়া গোচৰ পঞ্জীয়ন কৰিবলৈ দাবী অখিলৰ
- যদিহে এজাহাৰ পঞ্জীয়ন নকৰে তেন্তে অচিৰেই আদালতৰ কাষ চাপিব বুলি সংবাদমেলযোগে মন্তব্য অখিল গগৈৰ
Intro:চুপাৰি ছিণ্ডিকেট সন্দৰ্ভত অখিল গগৈৰ সংবাদমেল।
জালুকবাৰী আৰক্ষী থানাত 22 আগষ্টত এজাহাৰ দাখিল কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। কিন্তু সেই এজাহাৰ বৰ্তমানলৈ পঞ্জীয়ন কৰা হোৱা নাই।
কাৰ নিৰ্দেশত বৰ্তমানলৈ পঞ্জীয়ন হোৱা নাই এজাহাৰ?
এই ঘটনাই কি ইংগিত বহন কৰিছে সেই সন্দৰ্ভত অখিল গগৈৰ প্ৰশ্ন ?
যদিহে এই এজাহাৰ পঞ্জীয়ন নহয় তেন্তে অচিৰেই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আদালতৰ কাষ চাপিব ।
Body:অসমৰ মাজেদি পাৰ হৈ যাব খোজা এই চুপাৰি ইণ্ডোনেছিয়াৰ ।
জব্দকৃত ২৬খন চুপাৰি ট্ৰাক বাৰমিজ চুপাৰি ।
এই চুপাৰিৰ লগত সোণ, অস্ত্ৰ শস্ত্ৰ আৰু ড্ৰাগছ সৰবৰাহ হোৱাৰ সন্দেহ প্ৰকাশ অখিল গগৈৰ।
জব্দকৃত এই চুপাৰি স্বাস্থ্য পক্ষে হানিকাৰক।
বৰ্তমানলৈ প্ৰশাসনে কিয় চুপাৰিৰ গাড়ীত থকা বস্তা বোৰৰ পৰীক্ষা নিৰীক্ষা কৰা নাই কিয়?
লগতে জব্দকৃত চুপাৰিৰ পৰীক্ষাৰ বাবে কিয় এতিয়ালৈ পৰীক্ষাগাৰলৈ পঠিওৱা হোৱা নাই?
Conclusion:কেৱল অতিৰিক্ত বোজাৰ কেইটামান টকাৰ জৰিমনা বিহি ট্ৰাক কেইখন এৰি দিয়াৰ ষড়যন্ত্ৰ চলি থকাৰ কথা কলে অখিল গগৈয়ে।