ETV Bharat / state

অগপই সুবিধাবাদৰ বাবে দুই নাওত ভৰি দিয়া বন্ধ কৰকঃ বৃন্দাবন গোস্বামী - বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ সাংসদ পদত্যাগ কৰিবলৈ দাবী

জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামী আৰু পবীন্দ্ৰ ডেকাই সংশোধিত নাগৰিকত্ব আইন ২০১৯ ৰ তীব্ৰ বিৰোধিতা কৰা দেখা গ’ল ৷ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ সাংসদ পদত্যাগ কৰিবলৈ দাবী জনাই দলটোৰ তৃণমূল কৰ্মীয়ে ।

AGP City commitee protest agains CA(A)
অগপই সুবিধাবাদৰ বাবে দুই নাওত ভৰি দিয়া বন্ধ কৰকঃ বৃন্দাবন গোস্বামী
author img

By

Published : Dec 15, 2019, 9:23 PM IST

গুৱাহাটী, 15 ডিচেম্বৰঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জ্বলিছে অসম তথা সমগ্ৰ দেশ ৷ অসমৰ আঞ্চলিক দল অসম গণ পৰিষদে অসমীয়া ৰাইজৰ লগত চৰম বিশ্বাসঘাটকতা কৰাৰ পিচত যেন হিংসাৰ জুইকুৰা আৰু অধিক জ্বলিছে ৷ কিন্তু অৱশেষত দলটোৰ কেইবাগৰাকীও জেষ্ঠ নেতাই ওলোটা খৰ মাৰি ৰাজপথলৈ ওলাই আহিল নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৷ অগপৰ মহানগৰ সমিতিৰ নেতা কৰ্মীয়ে এই জাতিধ্বংসী আইন প্ৰত্যাহাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷

অগপই সুবিধাবাদৰ বাবে দুই নাওত ভৰি দিয়া বন্ধ কৰকঃ বৃন্দাবন গোস্বামী

জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামী আৰু পবীন্দ্ৰ ডেকাই সংশোধিত নাগৰিকত্ব আইন ২০১৯ ৰ তীব্ৰ বিৰোধিতা কৰা দেখা গ’ল ৷ তৃণমূল কৰ্মীক অগপৰ নেতৃত্ব লোৱাৰ আহ্বান জনালে বৃন্দাবন গোস্বামীয়ে । অগপৰ নেতৃত্বক এখন নাওত ভৰি দিবলৈ অনুৰোধ কৰিলে গোস্বামীয়ে । সুবিধাবাদৰ বাবে দুখন নাওত ভৰি নিদিবলৈ ক'লে জ্যেষ্ঠ নেতাগৰাকীয়ে । উল্লেখ্য যে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ সাংসদ পদত্যাগ কৰিবলৈ দাবী জনাই দলটোৰ তৃণমূল কৰ্মীয়ে ।

আৰু পঢ়কঃ ডিব্ৰুগড় আৰু গুৱাহাটীত সাময়িকভাৱে শিথিল সান্ধ্য আইন

Intro:অৱশেষত সাৰ পালে অসম গণ পৰিষদ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এইবাৰ ৰাজপথত ওলাই আহিল অগপৰ মহানগৰ সমিতি। জাতিধ্বংসী আইন প্ৰত্যাহাৰৰ দাবীত অগপৰ এইসকল নেতা কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। অগপৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামী আৰু প্ৰবীন্দ্ৰ ডেকাৰ তীব্ৰ বিৰোধিতা সংশোধিত নাগৰিকত্ব আইন ২০১৯। তৃণমূল কৰ্মীক অগপৰ নেতৃত্ব লোৱাৰ আহ্বান জনালে বৃন্দাবন গোস্বামীয়ে। অগপৰ নেতৃত্বক এখন নাওত ভৰি দিবলৈ অনুৰোধ কৰিলে গোস্বামীয়ে। সুবিধাবাদৰ বাবে দুখন নাওত ভৰি নিদিবলৈ ক'লে জ্যেষ্ঠ নেতাগৰাকীয়ে। উল্লেখযোগ্য যে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ সাংসদ পদ ত্যাগ কৰিবলৈ দাবী জনাই দলটোৰ তৃণমূল কৰ্মীয়ে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.