ETV Bharat / state

উপ নিৰ্বাচনৰ পূৰ্বেই জনিয়াত কংগ্ৰেছৰ বিপদঃ দল ত্যাগ প্ৰাক্তন বিধায়কৰ - উপ নিৰ্বাচন

কংগ্ৰেছৰ দখলত থকা জনিয়া বিধানসভা সমষ্টিত উপ নিৰ্বাচনৰ পূৰ্বেই বিপদ ঘন্টা বাজিছে কংগ্ৰেছ দলৰ । সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা শক্তিশালী কংগ্ৰেছ নেতা আব্দুৰ ৰৌফৰ দল ত্যাগ ৷

উপ নিৰ্বাচনৰ পূৰ্বেই জনিয়াত কংগ্ৰেছৰ বিপদঃ দল ত্যাগ প্ৰাক্তন বিধায়কৰ
author img

By

Published : Oct 6, 2019, 2:16 PM IST

Updated : Oct 6, 2019, 3:21 PM IST

গুৱাহাটী, ৬ অক্টোবৰঃ কংগ্ৰেছৰ দলত অথন্তৰ ৷ কংগ্ৰেছৰ দখলত থকা জনিয়া বিধানসভা সমষ্টিত উপ নিৰ্বাচনৰ পূৰ্বেই বাজিছে বিপদ ঘন্টা ৷ এসময়ৰ ইউ এম এফৰ নেতা আব্দুৰ ৰৌফে জনিয়াৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই পৰৱৰ্তী পৰ্যায়ত যোগ দিছিল কংগ্ৰেছ দলত । ইফালে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ বৰপেটা সমষ্টিৰ সাংসদ আব্দুল খালেকৰে তেঁওৰ সংঘাত দীৰ্ঘদিনীয়া আৰু সৰ্বজনবিদিত ।

কংগ্ৰেছ নেতা আব্দুৰ ৰৌফৰ দল ত্যাগ
কংগ্ৰেছ নেতা আব্দুৰ ৰৌফৰ দল ত্যাগ

এই সকলোৰে পৰিপ্ৰেক্ষিতত দেওবাৰে আনুষ্ঠানিকভাবে কংগ্ৰেছ দল ত্যাগ কৰে ৰৌফে । সমষ্টিটোৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত আব্দুৰ ৰৌফৰ দলত্যাগে কংগ্ৰেছ দলটোৰ বাবে মোক্ষম আঘাতৰূপে বিবেচিত হৈছে ।

Intro:গুৱাহাটী, ৬ অক্টোবৰঃ কংগ্ৰেছৰ দখলত থকা জনিয়া বিধানসভা সমষ্টিত উপ নিৰ্বাচনৰ পূৰ্বেই বিপদঘন্টা বাজিছে কংগ্ৰেছ দলৰ। সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা শক্তিশালী কংগ্ৰেছ নেতা আব্দুৰ ৰৌফে দেওবাৰে ত্যাগ কৰে কংগ্ৰেছ দল।Body:এসময়ৰ ইউ এম এফৰ নেতা ৰৌফে জনিয়াৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত পৰৱৰ্তী পৰ্যায়ত যোগ দিছিল কংগ্ৰেছত। ইফালে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ বৰপেটা সমষ্টিৰ সাংসদ আব্দুল খালেকৰে তেঁওৰ সংঘাত দীৰ্ঘদিনীয়া আৰু সৰ্বজনবিদিত।Conclusion:এই সকলোৰে পৰিপ্ৰেক্ষিতত দেওবাৰে আনুষ্ঠানিকভাবে কংগ্ৰেছ দল ত্যাগ কৰে ৰৌফে। সমষ্টিটোৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত আব্দুৰ ৰৌফৰ দলত্যাগ কংগ্ৰেছৰ বাবে মোক্ষম আঘাতৰূপে বিবেচিত হৈছে।
Last Updated : Oct 6, 2019, 3:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.