ETV Bharat / state

প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ কেলেংকাৰীক লৈ সৰৱ আছু - আছুৰ সভাপতি

প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি ৰূপায়ণত ব্যাপক ৰূপত সংঘটিত হৈছে কেলেংকাৰী ৷ দুৰ্নীতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ দাবী পত্ৰ প্ৰেৰণ সদৌ অসম ছাত্ৰ সন্থাৰ

AASU's Reactions on Corruption of  PMKSN
প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ কেলেংকাৰীক লৈ সৰৱ আছু
author img

By

Published : May 16, 2020, 1:17 PM IST

Updated : May 17, 2020, 12:56 PM IST

গুৱাহাটী,16মে'ঃ ৰাজ্যৰ সৰ্বত্ৰে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি ৰূপায়ণত ব্যাপক ৰূপত সংঘটিত হৈছে কেলেংকাৰী ৷ প্ৰকৃত কৃষকৰ পৰিৱৰ্তে আঁচনিৰ ধন লাভ কৰিছে অন্য লোকেহে ৷ যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সংঘটিত হোৱা কেলেংকাৰীক লৈ সৰৱ হৈ পৰিছে ৰাজ্যৰ দল-সংগঠন ৷ এই সমগ্ৰ বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷আছুৰ কেন্দ্ৰীয় সভাপতি দীপাংক কুমাৰ নাথে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি ৰূপায়ণত সংঘটিত হোৱা কেলেংকাৰীক লৈ এক উচিত তদন্তৰ দাবী জনোৱাৰ লগতে কেলেংকাৰীৰ লগত জড়িত লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী জনায় ৷ইপিনে,এই দুৰ্নীতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক দাবী পত্ৰও প্ৰেৰণ কৰাৰ কথা অৱগত কৰে আছুৰ সভাপতিগৰাকীয়ে ৷

প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ কেলেংকাৰীক লৈ সৰৱ আছু

লগতে পঢ়কঃআত্ম নিৰ্ভৰ ভাৰত অভিযানৰ তৃতীয়াংশৰ বাখ্যা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

Last Updated : May 17, 2020, 12:56 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.