ETV Bharat / state

লুন্ঠনৰ বাবে আহি আছে EIA-2020: লুৰিণজ্যোতি গগৈ

EIAৰ খচৰা অনুসৰি আন্তঃৰাষ্ট্ৰীয় সীমাৰ এশ কিলোমিটাৰ আকাশী দূৰত্বৰ ভিতৰৰ অঞ্চলৰ পাইপলাইন বা পথ নিৰ্মাণৰ দৰে প্ৰকল্পৰ ক্ষেত্ৰত নাগৰিকে কোনো প্ৰশ্ন কৰিব নোৱাৰিব । এই ক্ষেত্ৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হ'ব অসম । কিয়নো পাঁচখনকৈ ৰাষ্ট্ৰৰ সীমাই বেৰি ৰাখিছে অসমক ।

author img

By

Published : Jul 29, 2020, 10:23 PM IST

AASU's General Secretary Lurinjyoti Gogoi's Exclusive Interview
লুন্ঠনৰ বাবে আহি আছে EIA-2020: লুৰিণজ্যোতি গগৈ EXCLUSIVE

গুৱাহাটী,২৯ জুলাইঃ অসমৰ প্ৰাকৃতিক সম্পদ লুন্ঠন,জৈৱ বৈচিত্ৰ বিনষ্ট কৰাৰ এক ভয়ংকৰ উদ্দেশ্য আগত লৈ অতি সোনকালেই আহি আছে এখন নতুন আইন। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই নতুন আইনৰ খচৰা প্ৰস্তুত কৰিছে । এই খচৰাৰ নাম হৈছে ENVIRONMENT IMPACT ASSESMENT 2020 (EIA)। সমগ্ৰ দেশজুৰি বলৱৎ হ'ব EIA। উদ্যোগ স্থাপনৰ পূৰ্বে জৈৱ বৈচিত্ৰৰ ওপৰত পৰিব পৰা ইয়াৰ প্ৰভাৱ সন্দৰ্ভত এতিয়াৰে পৰা কোনো যুক্তি,কোনো প্ৰতিবাদ নাখাটিব। ইয়াৰ কোনো প্ৰতিবাদ কৰিব নোৱাৰিব সাধাৰণ জনতাই।

যাৰ ফলত দেশৰ বৃহৎ ব্যৱসায়ী গোষ্ঠীয়ে অনায়াসে লুণ্ঠন কৰি নিব পাৰিব প্ৰাকৃতিক সম্পদ। এই নতুন খচৰাত প'ষ্ট ফেক্ট' ক্লিয়াৰেঞ্চৰ কথা কোৱা কৈছে। যাৰ পৰিপ্ৰেক্ষিতত জৈৱ বৈচিত্ৰৰে ভৰপূৰ কোনো অঞ্চলত যিকোনো উদ্যোগ স্থাপনৰ বাবে কোনো ধৰণৰ আগতীয়া অনুমতিৰো প্ৰয়োজন নহ'ব। EIAৰ খচৰা অনুসৰি আন্তঃৰাষ্ট্ৰীয় সীমাৰ এশ কিলোমিটাৰ আকাশী দূৰত্বৰ ভিতৰৰ অঞ্চলৰ পাইপলাইন বা পথ নিৰ্মাণৰ দৰে প্ৰকল্পৰ ক্ষেত্ৰত নাগৰিকে কোনো প্ৰশ্ন কৰিব নোৱাৰিব। এই ক্ষেত্ৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হ'ব অসম । কিয়নো পাঁচখনকৈ ৰাষ্ট্ৰৰ সীমাই বেৰি ৰাখিছে অসমক ।

EIAৰ এই খচৰা দেখি ক্ষুব্ধ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বহু জাতীয় সংগঠন । EIAএ কিদৰে ধ্বংস কৰিব অসমক তাৰ সবল যুক্তি আৰু ব্যাখ্যা দাঙি ধৰিছে সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। চাওক ই টিভি ভাৰতৰ এই বিশেষ সাক্ষাৎকাৰত কি ক'লে আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

লগতে পঢ়কঃ বানাতংক অসম : মৃতকৰ সংখ্যা 104 গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.