বিয়লি পাঁচ বজাৰ পিচত কোনো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন নকৰে আছুৱে
চানমাৰিত অব্যাহত থকা গণ অনশনত এই সিদ্ধান্ত গ্ৰহণ আছু নেতৃত্বৰ
প্ৰতিবাদৰ গইনা লৈ একাংশ দুষ্কৃতিকাৰীয়ে হিংসাত্মক কাৰ্য সৃষ্টি কৰাৰ বাবেই গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত
আছুৰ জিলা সমিতি সমূহেও বিয়লি পাঁচ বজাৰ পিচত ৰূপায়ণ নকৰে কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী