ETV Bharat / state

যুৱকৰ বিৰুদ্ধে ভুৱা পাছপৰ্ট বনোৱাৰ অভিযোগ বাংলাদেশী মহিলাৰ - etv bharat

দিছপুৰ থানাত গোচৰ ৰুজু এগৰাকী বাংলাদেশী মহিলাৰ ৷ গোচৰ ৰুজু কৰাৰ কাৰণ হ'ল এগৰাকী অসমীয়া যুৱক ৷

যুৱকৰ বিৰুদ্ধে ভুৱা পাছপৰ্ট বনোৱাৰ অভিযোগ বাংলাদেশী মহিলাৰ
author img

By

Published : Jun 24, 2019, 9:16 PM IST

দিছপুৰ, 24 জুনঃ ফেচবুকৰ জৰিয়তে শ্বেইখ হৃদি নামৰ এজন যুৱকৰ সৈতে চিনাকী হোৱাৰ পিচত ভাৰতলৈ মাতি পঠিওৱা হৈছিল ঢাকা মিৰপুৰৰ মহিলাগৰাকীক ৷ গুৱাহাটী বিমান বন্দৰত উপস্থিত হোৱাৰ পিচতে মহিলাগৰাকীক প্ৰথমে দাৰ্জিলিঙলৈ লৈ যোৱা হয় আৰু তাৰ পিচতে এখন হোটেলত যুৱকজনে মহিলাগৰাকীক ধৰ্ষণৰ চেষ্টা কৰে যদিও নিজৰ অসৎ উদ্দেশ্য পূৰণ কৰিব নোৱাৰি পুনৰ মহিলাগৰাকীক গুৱাহাটীলৈ লৈ যোৱা হয় ৷ কিন্তু গুৱাহাটীত এই চেষ্টা সফল নোহোৱাত কলকাতালৈ লৈ যোৱা সময়ত মাজ বাটতে মহিলাগৰাকী শুই থকাৰ সুযোগ লৈ চাৰি লাখ টকাৰ সোণৰ অলংকাৰ আৰু 30 হাজাৰ টকা নগদ ধন লুটি ৰে’লৰ পৰা পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে ৷

যুৱকৰ বিৰুদ্ধে ভুৱা পাছপৰ্ট বনোৱাৰ অভিযোগ বাংলাদেশী মহিলাৰ

কেৱল এয়াই নহয়, যুৱকজনে ভাৰতত ভুৱা পাছপৰ্ট বনোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ লগতে, এন আৰ চিত নাম নাথাকিলেও যুৱকজনে নাম পঞ্জীয়ন কৰিব বাৰে বুলিও অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে ৷

কিন্তু কিমান সত্য এই অভিযোগ ৷ তদন্তৰ পিচতহে পোহৰলৈ আহিব সকলো তথ্য ৷

Intro:দিছ্পুৰ থানাত গোচৰ বাংলাদেশৰ মহিলাৰ । ফেচবুকৰ বন্ধুৱে কৰিলে লুটপাত ।
বাংলাদেশৰ ঢাকা মিৰপুৰৰ মহিলাক লুটপাত চলালে অসমত । শ্বেইখ হৃদি নামৰ এজন যুৱকে ফেচবুকৰ জড়িয়তে চিনাকী হৈ ভাৰতলৈ মাতি আনিছিল মহিলা গৰাকীক । গুৱাহাটী বিমান বন্দৰত মহিলাগৰাকীক প্ৰথমে দাৰ্জিলিং লৈ যায় আৰু দাৰ্জিলিং ৰ এখন হোটেলত মহিলা গৰাকীক ধৰ্ষণৰ চেষ্টা কৰে দৃত যুৱক জনে । । অসৎ উদ্দেশ্য পূৰণ কৰিব নোৱাৰি মহিলা গৰাকীক পুনৰ গুৱাহাটী লৈ আনে । এইবাৰ আকৌ মহিলা গৰাকীক গুৱাহাটীৰ হোটেলত বলতকাৰৰ চেষ্টা যুৱক জনৰ কিন্তু য়াতো অপচেষ্টা সফল নোহোৱাত । কলিকতালৈ লৈ যায় লাগিব বুলি কয় মহিলা গৰাকীক আৰু মাজ বাটতে মহিলা গৰাকী শুই থকা সুযোগ বুজি ৪ লাখ টকাৰ সোণৰ অলংকাৰ আৰু ৩০ টকা নগদ ধন লুটি ৰেলৰ পৰা পলায়ন কৰে যুৱক জনে ।

Body:লক্ষ্যণীয় ভাবে ভাৰতৰ ভুৱা পাছপোৰ্ট বনাই বুলিও যুৱক জনৰ বিৰুদ্ধে অভিযোগ আনিছে মহিলা গৰাকীয়ে । আনকি যুৱকজনে NRC নাম নাথাকিলেও নাম ভৰাই দিব পাৰে বুলিও কৈছিল মহিলা গৰাকীক ।

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.