ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰীৰ পাকিস্তান সমৰ্থিত প'ষ্টে সৃষ্টি কৰিছে বিৰ্তকৰ - guwahati university news

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ফেচবুকত দিয়া পাকিস্তান সমৰ্থিত প'ষ্টে সৃষ্টি কৰিছে বিৰ্তকৰ , গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ৰেহেনা চুলতানা নামৰ গৱেষক ছাত্ৰী গৰাকীৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী থানাত গোচৰ ৰুজু

ৰেহেনা চুলতানা ফেচবুক পষ্ট
author img

By

Published : Aug 14, 2019, 6:27 PM IST

Updated : Aug 14, 2019, 7:30 PM IST

গুৱাহাটী, 14 আগষ্টঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ফেচবুকত দিয়া পাকিস্তান সমৰ্থিত প'ষ্টে সৃষ্টি কৰিছে বিৰ্তকৰ ৷ ঘটনা অনুসৰি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ৰেহেনা চুলতানা নামৰ এগৰাকী গৱেষক ছাত্ৰীয়ে ফেচবুকত পাকিস্তানৰ বিজয়ত আনন্দিত হৈ পৰিছে বুলি প'ষ্ট কৰিছিল ৷ বুধবাৰে ছচিয়েল মিডিয়াযোগে এই ঘটনা প্ৰকাশ পোৱাৰ পাচতেই ছাত্ৰী গৰাকীৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত কাকতিয়ে জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ উল্লেখ্য যে, ছাত্ৰী গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে বুলি জানিব পৰা গৈছে ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰীৰ পাকিস্তান সমৰ্থিত পষ্টে সৃষ্টি কৰিছে বিৰ্তকৰ

ইফালে গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী গৰাকীৰ এনে কাৰ্যক গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দিছে ৷

Intro:ফেচবুকত দেশ বিৰোধী মন্তব্য দিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক ছাত্ৰী ৰেহেনা চুলতানাৰ বিৰুদ্ধে Suomoto কেচ ল'লে জালুকবাৰী আৰক্ষীয়ে। জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতিয়ে দাখিল কৰিলে এজাহাৰ। ফেচবুকৰ পৰ্টেল এটাত আজি প্ৰকাশ হৈছে ৰেহেনাৰ এই দেশ বিৰোধী মন্তব্য। ইফালে গুৱাহাটীৰ বিশ্ববিদ্যালয়ত অসমীয়াত গৱেষণা কৰি থকা ৰেহেনা চুলতানৰ এনে কাৰ্যত গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দিছে। বিতৰ্কিত মন্তব্য কৰা ৰেহেনাৰ ঘৰ বকোত বুলি জানিব পৰা গৈছে। Body:Hirul Haque Conclusion:Guwahati
Last Updated : Aug 14, 2019, 7:30 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.