ETV Bharat / state

আত্মৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰী লৈ চিঠি ছাত্ৰীৰ

author img

By

Published : Nov 20, 2020, 7:20 PM IST

গুৱাহাটীৰ এগৰাকী ছাত্ৰীয়ে চিঠি লিখিছে প্ৰধানমন্ত্ৰী মোডীলৈ ৷ প্ৰাগজ্যোতিষ উচ্চ মাধ্যমিক বিদ্যালয়ৰ এই ছাত্ৰীগৰাকীৰ নাম মিনাক্ষী সিনহা ৷ পত্ৰযোগে প্ৰধানমন্ত্ৰীলৈ বিশেষ কেইটামান আহ্বান জনাইছে মিনাক্ষীয়ে ।

9th stander's girl of guwahati wrote letter to pm modi

গুৱাহাটী, 20 নৱেম্বৰ : গুৱাহাটীৰ এগৰাকী ছাত্ৰীয়ে চিঠি লিখিছে প্ৰধানমন্ত্ৰীলৈ ৷ বিশেষ বিষয় সন্দৰ্ভত গুৱাহাটীৰ ছাত্ৰী গৰাকীয়ে চিঠি লিখিছে প্ৰধানমন্ত্ৰী মোডীলৈ ৷ প্ৰাগজ্যোতিষ উচ্চ মাধ্যমিক বিদ্যালয়ৰ এই ছাত্ৰীগৰাকীৰ নাম মিনাক্ষী সিনহা ৷ পত্ৰযোগে প্ৰধানমন্ত্ৰীলৈ বিশেষ কেইটামান আহ্বান জনাইছে মিনাক্ষীয়ে ।

প্ৰধানমন্ত্ৰী মোডীলৈ মিনাক্ষীয়ে লিখা চিঠিখন

যিহেতু দেশৰ লগতে অসমটো নাৰীজনিত বিভিন্ন অপৰাধ সংঘটিত হৈ আছে । বিভিন্ন সময়ত দুৰ্বৃত্তৰ দ্বাৰা নিৰ্যাতনৰ বলি হৈ আহিছে যুৱতী-মহিলা । সেয়েহে স্কুলীয়া সময়ৰ পৰায়ে ছাত্ৰীসকলক বিদ্যালয়তে আত্মৰক্ষাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰাৰ আহ্বান জনালে মিনাক্ষীয়ে ।

অন্য ক্লাছৰ দৰে এই আত্মৰক্ষাৰ প্ৰশিক্ষণো প্ৰতিগৰাকী ছাত্ৰীৰ বাবে বাধ্যতামূলক হোৱা প্ৰয়োজনীয়তা আছে । বেটি বাছাও বেটি পঢ়াও আঁচনিৰ লেখীয়া আত্মৰক্ষাৰ বাবেও চৰকাৰে এক ব্যৱস্থা কৰিব লাগে বুলি পত্ৰত উল্লেখ কৰিছে কণমানি মিনাক্ষী সিনহাই ।

আত্মৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰী লৈ চিঠি ছাত্ৰীৰ

লগতে পঢ়ক : ৰঙিয়াত বিশেষভাৱে সক্ষম কিশোৰীক ধৰ্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.