ETV Bharat / state

পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ ৯টাকৈ প্ৰকল্প উদ্ধোধন - পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়

Iগুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত প্ৰকল্পকেইটা উদ্ধোধন কৰে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে

হোটেল ৰেডিচন ব্লুত ৯টাকৈ নতুন প্ৰকল্প উদ্ধোধন পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণাল
author img

By

Published : Mar 1, 2019, 11:26 PM IST

গুৱাহাটী,১ মাৰ্চ: অসমত ৯টাকৈ নতুন প্ৰকল্প উদ্ধোধন পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ ।শুকুৰবাৰে মহানগৰীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লুত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰকল্পকেইটা উদ্ধোধন কৰে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে । এই অনুষ্ঠানত উপস্থিত থাকে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ।

হোটেল ৰেডিচন ব্লুত ৯টাকৈ নতুন প্ৰকল্প উদ্ধোধন পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণাল

শুকুৰবাৰে ডিজিটেল পদ্ধতিৰে গুৱাহাটীৰ কেডি মালাভিয়া নেশ্বনেল মিউজিয়াম,দিগবৈৰ গ্ৰীণ ফিল্ড ৰেইলফিড পোল ষ্টোৰেজ , 23.45 কোটি টকাৰে শিলচৰৰ এল পি জি বোটলিং প্লাণ্টৰ ক্ষমতা ৬০ টি এম টি পি এৰ পৰা 120 টি এম টি পি এলৈ বৃদ্ধি, 16.65 কোটি টকাৰে উত্তৰ গুৱাহাটীৰ এল পি জি বোটলিং প্লাণ্টৰ ক্ষমতা 120 টি এম টি পি এৰ পৰা 180 টি এম টি পি এলৈ বৃদ্ধি , এন আৰ এল মাউণ্ডেড বুলেট প্ৰজেক্টৰ লগতে মুঠ ৯ টাকৈ প্ৰকল্পৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । আনহাতে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় শক্তিৰ বাবেই পাকিস্তানে অভিনন্দনক মুকলি কৰি দিবলৈ বাধ্য হৈছে বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।

Slug: A_GHY_1MAR_801_OIL NEW PROJECT LAUNCH_HIRUL

শুকুৰবাৰে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰয়ালয়ে অসমৰ বাবে উদ্ধোধন কৰে ৯টাকৈ নতুন প্ৰকল্প। মহানগৰীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰকল্পকেইটা উদ্ধোধন কৰে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। এই অনুষ্ঠান উপস্থিত থাকে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। ইফালে ডিজিটেল পদ্ধতিৰে গুৱাহাটীৰ KD Malaviya national museum, দিগবৈৰ Green field railfeed pol storage, 23.45 কোটি টকাৰে শিলচৰৰ LPG bottling plantৰ সক্ষমতা 60 TMTPA ৰ পৰা 120 TMTPA লৈ বৃদ্ধি, 16.65 কোটি টকাৰে উত্তৰ গুৱাহাটীৰ LPG bottling plant ৰ সক্ষমতা 120 TMTPA ৰ পৰা 180 TMTPA লৈ বৃদ্ধি NRL Mounded Bullet projectৰ লগতে মুঠ ৯টাকৈ প্ৰকল্পৰ শুভ উদ্বোধনী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। আনহাতে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় শক্তিৰ বাবে পাকিস্তানে অভিনন্দনক মুকলি কৰি দিবলৈ বাধ্য হৈছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।

Visual-FTP
(Hirul Haque/Guwahati) 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.