ETV Bharat / state

হীৰেন গোহাঁইৰ জন্মদিন উপলক্ষে বিশেষ অনুষ্ঠান

0টা বসন্ত অতিক্ৰম কৰা ড0 হীৰেন গোহাঁইৰ জন্ম দিন এপ্ৰিল মাহত আছিল যদিও দেওবাৰে বুদ্ধিজীৱীগৰাকীক অভিনন্দন জনাবলৈ আয়োজন কৰা হয় এই অনুষ্ঠানৰ ৷ অনুষ্ঠানত উপস্থিত থাকে নিৰুপমা বৰগোহাঞি, হৰেকৃষ্ণ ডেকা আৰু উদয়াদিত্য ভৰালীৰ লগতে হীৰেন গোহাঁইৰ গুণমুগ্ধসকল ।

বিবেকানন্দ প্ৰেক্ষাগৃহত উদযাপন ডঃ হীৰেন গোহাঁইৰ 80 সংক্ষক জন্মদিন
author img

By

Published : May 5, 2019, 9:12 PM IST

গুৱাহাটী, 5 মে’: দেওবাৰে গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয় বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁইৰ জন্মদিন । 80টা বসন্ত অতিক্ৰম কৰা ড0 হীৰেন গোহাঁইৰ জন্ম দিন এপ্ৰিল মাহত আছিল যদিও দেওবাৰে বুদ্ধিজীৱীগৰাকীক অভিনন্দন জনাবলৈ আয়োজন কৰা হয় এই অনুষ্ঠানৰ ৷ অনুষ্ঠানত উপস্থিত থাকে নিৰুপমা বৰগোহাঞি, হৰেকৃষ্ণ ডেকা আৰু উদয়াদিত্য ভৰালীৰ লগতে হীৰেন গোহাঁইৰ গুণমুগ্ধসকল ।

বিবেকানন্দ প্ৰেক্ষাগৃহত উদযাপন ডঃ হীৰেন গোহাঁইৰ 80 সংক্ষক জন্মদিন

লগতে পঢ়ক: কেনেকৈ অসমৰ পৰা বাংলাদেশলৈ সৰবৰাহ কৰা হৈছে গৰু?

Intro:উজান বজাৰ স্থিত বিবেকানন্দ প্ৰেক্ষাগৃহত উদযাপন কৰা হয় ডাঃ হীৰেন গোহাঁই জন্মদিন। 80 বছৰত ভৰি থোৱা ডাঃ হীৰেন গোহাঁই ৰ জন্ম দিনত উপস্থিত নিৰুপমা বৰগোহাঞি , হৰেকৃষ্ণ ডেকা আৰু উদয়াদিত্য ভৰালী লগতে হীৰেন গোহাঁই ডাঙৰীয়াৰ গুণমুগ্ধ সকল। সকলোৱে গোহাঁই ডাঙৰীয়াৰ সুস্বাঠ্য কামনা কৰি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে উপহাৰ আৰু তেওঁৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱেৰে উপচাই পেলাই হীৰেন গোহাঁই ডাঙৰীয়াক।

Body:জন্মদিনৰ এই শুভ ক্ষণত হৰেকৃষ্ণ ডেকাই হীৰেন গোহাঁইক বিবেক উপাধি প্ৰদানৰ বাবে প্ৰস্তাৱ ৰখাত আনন্দিত তেখেতৰ গুণমুগ্ধ সকলৰ লগতে হীৰেন গোহাঁই ডাঙৰীয়াও।
Bite:-হীৰেন গোহাঁই।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.