ETV Bharat / state

গুৱাহাটীত 29 খন চুৰি বাইক জব্দ ৰে'ল আৰক্ষীৰ

গুৱাহাটী ৰে'ল আৰক্ষীয়ে গুৱাহাটী ৰে'ল ষ্টেচনত থকা 'পাৰচেল গুদাম'ত অভিযান চলাই 29 খন চুৰি বাইক জব্দ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে উক্ত ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৰে'ল আৰক্ষীয়ে ৷

গুৱাহাটীত 29 খন চুৰি বাইক জব্দ ৰে'ল আৰক্ষীৰ
author img

By

Published : Oct 6, 2019, 6:01 PM IST

গুৱাহাটী, 6 অক্টোবৰঃ গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰে 29 খনকৈ চুৰি বাইক ৷ ষ্টেচনত থকা 'পাৰচেল গুদাম'ৰ পৰা উদ্ধাৰ কৰে চুৰি বাইককেইখন ৷

গুৱাহাটীত 29 খন চুৰি বাইক জব্দ ৰে'ল আৰক্ষীৰ

গুৱাহাটী ৰে'ল আৰক্ষীয়ে গুৱাহাটী ৰে'ল ষ্টেচনত থকা 'পাৰচেল গুদাম'ত এক অভিযান চলাই 29 খন চুৰি বাইক জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে জব্দ কৰা বাইক সমূহ কোনো দুষ্ট চক্ৰই বিভিন্ন ৰাজ্যৰ পৰা ৰে'ল যোগে গুৱাহাটীলৈ আনিছিল । উল্লেখ্য যে, উদ্ধাৰ কৰা বাইকসমূহ দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ, হাৰিয়ানা, ছত্তিশগড়, ৰাজস্থান, মণিপুৰ আদি বিভিন্ন ৰাজ্যৰ পঞ্জীয়নকৃত বুলি জানিব পৰা গৈছে । ইয়াৰপূৰ্বে ৰে'ল আৰক্ষীয়ে 16 খনকৈ বুলেট সহ এটা মণিপুৰৰ ৱাৰিষ খান নামৰ গাড়ী চোৰক গ্ৰেপ্তাৰ কৰিছিল । আনহাতে যোৱা 25 চেপ্তেম্বৰৰ পৰা আজিলৈকৈ মুঠ 45 খন বাইক জব্দ কৰিবলৈ সক্ষম হৈছে ৰে'ল আৰক্ষীয়ে । ইতিমধ্যে উক্ত ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৰে'ল আৰক্ষীয়ে ৷

Intro:গুৱাহাটী ৰাইলৱে ষ্টেচনত বাইকৰ উজান

Body: গুৱাহাটী ৰাইলৱে ষ্টেচনত পূজাৰ বতৰত উঠিল বাইকৰ উজান। ৰবিবাৰে গুৱাহাটী ৰেইলৱে আৰক্ষীয়ে গুৱাহাটী ৰাইলৱে ষ্টেচনত থকা পৰচল গুদামত এক অভিযান চলাই 29 খন চুৰৰ বাইক জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জব্দ কৰা বাইক সমূহ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ৰেল জৰিয়তে গুৱাহাটীলৈ অনা হৈছিল। আৰক্ষীয়ে উদ্ধাৰ কৰা বাইকসমূহ দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ, হাৰিয়ানা, ছত্তিশগড়, ৰাজস্তান, মণিপুৰ আদি ৰজাই ৰাজ্যৰ পঞ্জীয়নকৃত। পুৰ্বেও ৰাইলৱে আৰক্ষীয়ে 16 খনকৈ বুলেট সহ মণিপুৰৰ ৱাৰিষ খান মানৰ গাড়ী চোৰক গ্ৰেপ্তাৰ কৰিছিল। যোৱা 25 চেপেটম্বৰৰ পৰা আজিলৈকৈ মুঠ 45 খন বাইক জব্দ কৰিবলৈ সক্ষম হৈছে ৰেইলৱে আৰক্ষীয়ে। বাইক চুৰি কাণ্ডৰ মাষ্টৰ মাইণ্ড বৰ্তমানো আৰক্ষী জালত পৰা নাই ।

Bite Rajvir Singh (SRP)

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.